মদিনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
52 নং শাৰী:
}}
 
'''মদিনা''' ({{lang-ar|المدينة, চৰকাৰী ভাবে: المدينة المنورة আল-মদিনা আল-মুনাওয়াৰাহ}}) অথবা মদিনাহ হিচাপেও ইয়াক আনুবাদ কৰা হয়। পশ্চিমী [[চৌদি আৰৱ]]ৰ [[হেজাজ]] অঞ্চলৰ এটা চহৰ আৰু আল মদিনাহ প্ৰদেশৰ ৰাজধানী। ই ইছলামৰ দ্বিতীয় পৱিত্ৰ চহৰ য'ত [[মুছলিম]] সকলৰ শেষ [[ইছলামৰ পয়গম্বৰ|নবী]] [[মুহাম্মাদ| মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ]] কবৰ আছে। ই ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ কাৰণ হজৰত মুহাম্মাদ (ছাঃ) [[হিজৰত]]ৰ পাছত মদিনাত বসবাস কৰিছিল। নানান ঐতিহাসিক কাৰণত মদিনা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ [[মুছলিম]] সকলৰ ওচৰত অত্যন্ত শ্রদ্ধেয়শ্ৰদ্ধেয় আৰু পৱিত্ৰ এই নগৰীটো ।
 
[[শ্ৰেণী:নগৰ-মহানগৰ]]
"https://as.wikipedia.org/wiki/মদিনা"ৰ পৰা অনা হৈছে