মাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
31 নং শাৰী:
==মাছৰ সাধাৰণ লক্ষণসমূহ(General characters of Pisces):==
 
1.জলজ, অলুণীয়া বা সাগৰীয় পানীত বাস কৰা শীতলৰক্তী কশেৰুকী প্রাণী।প্ৰাণী।
 
2.শৰীৰটো প্রৱাহৰৈশিকপ্ৰৱাহৰৈশিক, দীঘলীয়া।
3.দেহটোক তিনিটা খণ্ডত ভগাব পাৰি, যেনে- মূৰ, কাণ্ড আৰু নেজ।
39 নং শাৰী:
4.মুখত হনু আৰু দাঁত নেথাকে।
 
5.মূৰত এযোৰ চকু, এখন মুখ আৰু এযোৰ বাহ্যিক নাসাৰন্ধ্রনাসাৰন্ধ্ৰ থাকে।
 
6.ইহঁতৰ গাত সাধাৰণতে যুগ্ম আৰু অযুগ্ম পক্ষ বা ফান থাকে। ফানৰ সহায়ত মাছে পানীত সাঁতুৰি ফুৰে আৰু দেহৰ ভাৰসাম্য বজাই ৰাখে। যুগ্ম ফানবোৰ হ’ল বক্ষ ফান (Pectoral fin), আৰু শ্রোণীশ্ৰোণী ফান (Pelvic fin)। অযুগ্ম ফানবোৰ হ’ল পৃষ্ঠীয় ফান (Dorsal fin), পায়ু ফান (Anal fin) আৰু পুচ্ছ ফান (Caudal fin)।
 
7.নেজডাল মঙহাল আৰু প্রাণীটোকপ্ৰাণীটোক চলনৰ সময়ত সন্মূখৰ পিনে ঠেলি দিয়াত সহায় কৰে।
 
8.মাছৰ শৰীৰটো বাকলিৰে আবৃত। অৱশ্যে বাকলিবিহীন মাছো আছে।
 
9.হাওঁফাঁওৰে উশাহ লোৱা ডিপ্‌নই উপশ্রেণীৰউপশ্ৰেণীৰ মাছবোৰৰ বাহিৰে আনবোৰ মাছৰ নাসাৰন্ধ্রনাসাৰন্ধ্ৰ গ্রসনীৰগ্ৰসনীৰ লগত সংযুক্ত নহয়।
 
10.মাছে জলক্লোমৰ দ্বাৰা উশাহ নিশাহ লয়। কিছুমান মাছৰ অতিৰিক্ত শ্বসনাংগও থাকে।
 
11.ক্লোমৰন্ধ্রৰক্লোমৰন্ধ্ৰৰ সংখ্যা 10 যোৰতকৈ অধিক নহয়। সাৰাৰণতে 5 যোৰকৈ থাকে।
 
12.সংবেদী পার্শ্বৰেখাবোৰপাৰ্শ্বৰেখাবোৰ সুবিকশিত।
 
13.হৃদযন্ত্ৰটো দুটা কোঠালীযুক্ত – এটা অলিন্দ আৰু এটা নিলয়।
 
14.বহিঃকর্ণবহিঃকৰ্ণ আৰু মধ্যকর্ণমধ্যকৰ্ণ নেথাকে কিন্তু অন্তঃকর্ণঅন্তঃকৰ্ণ থাকে আৰু ইয়াত তিনিটা অর্ধবৃত্তাকাৰঅৰ্ধবৃত্তাকাৰ নলিকাযুক্ত।
 
15.10 যোৰ কপালীয় স্নায়ু থাকে।
 
16.বৃক্ক মেছ’নেফ্রিকমেছ’নেফ্ৰিক প্রকাৰৰ।প্ৰকাৰৰ। কিছুমানত প্রনেফ্রিকপ্ৰনেফ্ৰিক নলিকাও থাকে।
 
17.জননাংত প্রকৃতপ্ৰকৃত জনন নলী থাকে।
 
18.লিংগভেদ আছে।
 
19.ভ্রূণাত্মকভ্ৰূণাত্মক স্তৰত এমনিঅ’ন আৰু কৰিয়ন নামৰ বীজাৱৰণ নেথাকে।
 
20.নিষেচন বাহ্যিক।
 
====মাছৰ শ্রেণীবিভাজনশ্ৰেণীবিভাজন (Classification of Pisces)====
 
 
মাছৰ শ্রেণীটোশ্ৰেণীটো অতি ডাঙৰ আৰু ইয়াৰ শ্রেণীবিভাজনশ্ৰেণীবিভাজন প্রক্ৰিয়াওপ্ৰক্ৰিয়াও জটিল। বহুতো মাছৰ চৰিত্ৰ ইহঁতৰ জীৱাশ্মবোৰৰ পৰাহে জানিব পৰা গৈছে। মুলাৰে প্রথমতেপ্ৰথমতে নিম্নখাপৰ কশেৰুকী প্রাণীবোৰৰপ্ৰাণীবোৰৰ শ্রেণীবিভাজনশ্ৰেণীবিভাজন কৰিছিল আৰু মৎস্যক শ্রেণীশ্ৰেণী হিচাপে গণ্য কৰি ইয়াক 6 টা উপশ্রেণীতউপশ্ৰেণীত ভাগ কৰিছিল। এই 6 টা উপশ্রেণীউপশ্ৰেণী হ’ল – ডিপ্ন’ই (Dipnoi), টেলিঅ’ষ্টি (Teleostei), গেন’ইডি (Ganoidei), ইলাছম’ব্রাংকিইলাছম’ব্ৰাংকি (Elasmobranchi), মার্ছিপ’ব্রাংকিমাৰ্ছিপ’ব্ৰাংকি (Marsipobranchi) আৰু লেপ্ট’কার্ডিলেপ্ট’কাৰ্ডি (Leptocardi)। বিস্তৃতি, প্রাচীনপ্ৰাচীন ইতিহাস, আৰু অন্য মেৰুদণ্ডী প্রাণীৰপ্ৰাণীৰ লগত লগত তুলনা কৰি মাছবোৰক বর্তমানৰবৰ্তমানৰ বিজ্ঞানীসকলে ইয়াক অতিশ্রেণীঅতিশ্ৰেণী (Super Class) হিচাপে গণ্য কৰিছে। আধুনিক যুগৰ বিজ্ঞানী বার্গেবাৰ্গে (Berg, 1940) মৎস্যসমূহক 7 টা শ্রেণীতশ্ৰেণীত ভাগ কৰিছে, যেনে – টেৰিক্‌থিছ (Pterichthys), কক্ক’’ষ্টি (Coccostei), একান্‌থ’ডি (Acanthodii), ইলাছম’ব্রাংকিইলাছম’ব্ৰাংকি (Elasmobranchii), হল’চেফালি (Holocephali), ডিপ্ন’ই (Dipnoi) আৰু টেলিঅ’ষ্টমি (Teleostomi)। এইবোৰৰ প্রথমপ্ৰথম তিনিটা পৃথিৱীৰ পৰা সম্পূর্ণৰূপেসম্পূৰ্ণৰূপে বিলুপ্তি হৈছে আৰু ইহঁতক একেলগে প্লেক’ডার্মিপ্লেক’ডাৰ্মি (Placodermi) বুলি কোৱা হয়।
 
'''=শ্রেণীশ্ৰেণী: 1. প্লেক’ডার্মিপ্লেক’ডাৰ্মি (Placodermi)='''
 
1.ইহঁতৰ শৰীৰটো অস্থিময় বর্মৰেবৰ্মৰে সুৰক্ষিত হৈ থাকে বাবে ইহঁতক প্লেক’ডার্মপ্লেক’ডাৰ্ম বোলা হয়।
 
2.হাইয়ড (Hyoid) হাড়ে নিলম্বিকাৰ কাম নকৰে।
86 নং শাৰী:
উদাহৰণ: কক্ক’ষ্টিয়াছ (Coccosteus)
 
'''শ্রেণীশ্ৰেণী: 2. কন্দ্রিক্‌থিছকন্দ্ৰিক্‌থিছ (Chondricthyes):'''
 
1.দেহটো পৃষ্ঠীয় অংকীয়ভাৱে চেপেটা।
 
2.ছালখন টান, শ্লেষ্মাগ্রন্থিযুক্তশ্লেষ্মাগ্ৰন্থিযুক্ত আৰু প্লেক’ইড বাকলিৰে আবৃত।
 
3.মুখখন অংকীয়।
98 নং শাৰী:
5.মধ্য আৰু যুগ্ম ফান থাকে।
 
6.মতা মাছৰ শ্রোণীশ্ৰোণী ফানৰ গুৰিত এযোৰ আলিংগক (Clasper) থাকে।
 
7.বায়ুথলী আৰু হাওঁফাওঁ নেথাকে।
106 নং শাৰী:
9.অৱস্তক গুহা (Cloaca) থাকে।
 
10.কশেৰুকা সম্পূর্ণসম্পূৰ্ণ আৰু পৃথক।
 
11.5 যোৰ জলক্লোম আছে।
112 নং শাৰী:
12.নিষেচন আভ্যন্তৰিণ।
 
এই শ্রেণীটোকশ্ৰেণীটোক 2 টা উপশ্রেণীতউপশ্ৰেণীত ভগোৱা হৈছে।
 
'''উপশ্রেণীউপশ্ৰেণী: 1. ছিলাচি বা ইলাছম’ব্রেংকিইলাছম’ব্ৰেংকি (Selachii or Elasmobranchi)'''
 
1.মধ্য অক্ষ অবিহনে যুগ্ম ফান থাকে।
122 নং শাৰী:
3.ইহঁতৰ জলক্লোমবোৰ পৃথক পৃথক কোঠালিত থাকে।
 
4.চকুৰ পিছফালে এটা সৰু ৰন্ধ্রৰন্ধ্ৰ থাকে।
5.আলিংগক থাকে।
 
এই উপশ্রেণীৰউপশ্ৰেণীৰ বিলুপ্ত মাছবোৰক প্রট’ছিলাচিপ্ৰট’ছিলাচি (Protoselachii) আৰু জীৱিত মাছবোৰক ইউছিলাচি (Euselachii) বোলা হয়।
'''অতিবর্গঅতিবৰ্গ: 1. প্লিউৰ’ট্রিমেটাপ্লিউৰ’ট্ৰিমেটা (Pleurotremata):'''
 
1.ক্লোমৰন্ধ্রবোৰক্লোমৰন্ধ্ৰবোৰ পার্শ্বীয়ভাবেপাৰ্শ্বীয়ভাবে অৱস্থিত।
 
2.দাঁতবোৰ চোকা আৰু শংকু আকৃতিৰ।
136 নং শাৰী:
3.বক্ষীয় চক্ৰৰ সোঁ আৰু বাওঁফালটো পৃষ্ঠীয়ভাৱে পৃথক।
'''বর্গবৰ্গ: 1. লেম্‌নিফৰমিছ (Lamniformes):'''
 
1.পৃষ্ঠীয় ফান দুখন কন্টকবিহীন।
142 নং শাৰী:
2.পায়ু ফান থাকে।
 
উদাহৰণ: ডগফিছ (Scoliodon), ষ্টেগ’ষ্ট’মেটা (Stegostoms, Tiger shark), হাতুৰিমুৰীয়া চার্কচাৰ্ক (Sphyrna) ইত্যাদি।
 
'''অতিবর্গঅতিবৰ্গ: 2. হাইপ’ট্রিমেটাহাইপ’ট্ৰিমেটা (Hypotremata):'''
 
1.ক্লোমৰন্ধ্রবোৰক্লোমৰন্ধ্ৰবোৰ অংকীয় দিশত অৱস্থিত।
 
2.বক্ষীয় ফানৰ সন্মূখৰ ফালটো মূৰ নাইবা শৰীৰৰ লগত সংযুক্ত হৈ থাকে।
152 নং শাৰী:
3.হায়মেণ্ডিবুলাৰত (Hyomandibular) ক্লোমীয় ৰশ্মি (Branchial rays) নেথাকে।
 
4.বক্ষচক্ৰ (Pectoral girdle) দুয়োটা ফাল প্রত্যেকেপ্ৰত্যেকে প্রত্যেকৰপ্ৰত্যেকৰ লগত সংযুক্ত হৈ থাকে নতুবা ৰাজহাড়ৰ লগত সংযুক্ত হৈ থাকে।
 
'''বর্গবৰ্গ: 1. ৰাজিফৰ্‌মিছ (Rajiformes):'''
 
1.মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ নেথাকে।
162 নং শাৰী:
উদাহৰণ: স্কেট বা ৰাইন’বেটাছ (Rhinobatus),। ঈগল ৰে (Myliobatus)।
 
'''বর্গবৰ্গ: 2. ট’ৰপেডিনিফ’ৰমিছ (Torpediniformes):'''
 
1.মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ থাকে।
168 নং শাৰী:
2.আদিনেত্ৰকোটৰ (Preorbital) কোমলাস্থিৰ বৃদ্ধি হৈ বৃহৎ আকৃতি ধাৰণ কৰে।
 
উদাহৰণ: ট’ৰপেড’ বা ইলেট্রিকইলেট্ৰিক ৰে (Torpedo)।
 
'''শ্রেণীশ্ৰেণী: 3. হল’ছেফালি (Holocephalii):'''
 
1.লাওঁখোলাৰ পেলেট’-কোৱার্ডেটকোৱাৰ্ডেট (Palato-quadrate) কোমলাস্থিডাল নিউৰ’ক্ৰেনিয়ামৰ (Neuro-cranium) লগত সংযুক্ত হৈ থাকে।
 
2.জলক্লোম 4 যোৰ আৰু ইহঁতক অপাৰকুলামে ঢাকি ৰাখে।
178 নং শাৰী:
3.ক্ল’আকা নেথাকে।
 
4.শ্রোণীচক্ৰৰশ্ৰোণীচক্ৰৰ সোঁ আৰু বাওঁফালটো সংযুক্ত হৈ নেথাকে।
 
'''উপশ্রেণীউপশ্ৰেণী: 2. কাইমেৰা (Chimarae):'''
 
1.পৃষ্ঠদণ্ড আছে আৰু ইয়াক অসংখ্য কেলছিয়ামযুক্ত আঙঠিয়ে আংশিকভাৱে আৱৰি ৰাখে।
2.বক্ষ ফানবোৰ সাধাৰণ প্রকৃতিৰ।প্ৰকৃতিৰ।
 
 
'''বর্গবৰ্গ: 1. কাইমেৰিফৰমিছ (Chimaeriformes):'''
 
উদাহৰণ: কাইমেৰা (Chimerae)
 
'''শ্রেণীশ্ৰেণী: 3. ডিপ্ন’ই (Dipnoi):'''
 
1.দুই ধৰণৰ শ্বসনাংগ থাকে – জলক্লোম আৰু হাওঁফাওঁ।
202 নং শাৰী:
5.যুগ্ম ফানবোৰ খণ্ডিত।
 
6.শ্রোনীচক্ৰশ্ৰোনীচক্ৰ যুৰীয়া নহয়।
 
'''বর্গবৰ্গ: 1. ছেৰাট’ডিফ’ৰমিছ (Ceratodformes):'''
 
1.অন্তঃলাওঁখোলাটো (Endocranium) কোমলাস্থিযুক্ত।
212 নং শাৰী:
উদাহৰণ: ছেৰাট’ডাছ (Ceratodus), নিঅ’ছেৰাট’ডাছ (Neoceratodus)।
 
'''বর্গবৰ্গ: 2. ছেৰাট’ডিফ’ৰমিছ (Lepidosireniformes):'''
 
1.অন্তঃলাওঁখোলাটো আৱৰণযুক্ত।
218 নং শাৰী:
2.বায়ুথলী যুৰীয়া।
 
উদাহৰণ: প্রট’পটেৰাছপ্ৰট’পটেৰাছ (Protopterus), লেপিড’চাইৰেন (Lepidosiren)
 
'''শ্রেণীশ্ৰেণী: 4. টেলিঅ’ষ্টমি (Teleostomi):'''
 
1.অন্তঃকংকাল কম বেছি পৰিমাণে অস্থিযুক্ত।
233 নং শাৰী:
6.ক্ল’য়েকা আৰু আলিংগক থাকে।
 
এই শ্রেণীটোকশ্ৰেণীটোক দুটা উপশ্রেণীতউপশ্ৰেণীত ভগোৱা হৈছে।
'''উপশ্রেণীউপশ্ৰেণী: 1. ক্ৰছপ্‌টেৰিজি (Crossopterygii):'''
 
1.যুৰীয়া ফানযুক্ত আৰু এইবোৰ মধ্যস্থ খলপাযুক্ত।
241 নং শাৰী:
2.দেহটো বাকলিৰি ঢাক খোৱা।
 
3.অন্তঃনাসাৰন্ধ্রঅন্তঃনাসাৰন্ধ্ৰ আছে আৰু মুখগহ্বৰৰ লগত যুক্ত।
 
4.কেইটা জীৱিত প্রজাতিতপ্ৰজাতিত বাহিৰে বাকীবোৰ বিলুপ্ত হৈছে।
 
উদাহৰণ: লেটিমেৰিয়া (Letimeria), ছিলাকেন্‌থাছ (Celacanthus, বিলুপ্ত)।
 
'''উপশ্রেণীউপশ্ৰেণী: 2. একটিন’প্‌টেৰিজি (Actinopterygii):'''
 
1.ইহঁতে আদিম চৰিত্ৰ দেখুৱায়।
2.অন্তঃনাসাৰন্ধ্রঅন্তঃনাসাৰন্ধ্ৰ নেথাকে।
3.শল্কীয় (Squamosal) অস্থি নেথাকে।
4.যুগ্মফানৰ পক্ষৰশ্মিৰ (Fin rays) চেছেলিয়াবোৰে (Basalia) ছালৰ লগত লাগি নেথাকে।
এই উপশ্রেণীটোউপশ্ৰেণীটো 18 টা বর্গতবৰ্গত বিভক্ত।
 
'''বর্গবৰ্গ: 1. পলিপটেৰিফৰমিছ (Polypteriformes):'''
 
1.ছালখন সাধাৰণ তীর্যককোণীতীৰ্যককোণী (Rhombic) গেনইড বাকলিৰে আবৃত।
 
2.পৃষ্ঠীয় ফানৰ অসংখ্য ফিনলেটছ্‌ (Finlets) আছে।
269 নং শাৰী:
উদাহৰণ: পলিপটেৰাছ (Polypterus)
'''বর্গবৰ্গ: 2. এছিপেনচেৰিফৰমিছ (Acipenseriformes):'''
 
1.দেহটোত 5 শাৰী অস্থিযুক্ত প্রশক্লপ্ৰশক্ল (Scutes) আছে।
 
2.নাসামণ্ডল দীঘলীয়া।
281 নং শাৰী:
উদাহৰণ: এছিপেন্‌চাৰ (Acipenser)
 
'''বর্গবৰ্গ: 3. এমিফৰমিছ (Amiiformes):'''
 
1 বাকলি ছাইক্ল’ইড প্রকৃতিৰ।প্ৰকৃতিৰ।
 
2.কশেৰুকাকায় (Vertebral centra) পশ্চগর্তীপশ্চগৰ্তী (Opisthocoelus) নহয়।
 
3.বক্ষীয় প্রকোষ্ঠিকাপ্ৰকোষ্ঠিকা (Pectoral radials) স্কেপুলা-কোৰাকয়ড কোমলাস্থিৰ লগত সংযুক্ত।
 
উদাহৰণ: এমিয়া (Amia)
 
'''বর্গবৰ্গ: 4. লেপিড’ষ্টেইফৰমিছ (Lepidosteiformes):'''
 
1.ছালখন তীর্যককোণীতীৰ্যককোণী (Rhombic) গেনইড বাকলিৰে আবৃত।
 
2.নাসাৰন্ধ্রটোনাসাৰন্ধ্ৰটো দীঘলীয়া নাসামণ্ডলৰ প্রান্ততপ্ৰান্তত অৱস্থিত।
 
3.পুচ্ছ ফান কিছু পৰিমাণে বিষমপুচ্ছীয়।
 
4.কশেৰুকাবোৰ সম্পূর্ণকৈসম্পূৰ্ণকৈ অস্থিভূত (Ossified) আৰু পশ্চগর্তী।পশ্চগৰ্তী।
 
উদাহৰণ: লেপিড’ষ্টিয়াছ (Lepidosteus)
 
'''বর্গবৰ্গ: 5. ক্লুপিফৰমিছ (Clupeiformes):'''
 
1.বাকলিবোৰ সুবিকশিত আৰু ছাইক্লইড প্রকৃতিৰ।প্ৰকৃতিৰ।
 
2.পুচ্ছ ফান সমপুচ্ছীয় (Homocercal)।
311 নং শাৰী:
3.পৃষ্ঠীয় আৰু পায়ু ফানত কন্টক নেথাকে।
 
4.কশেৰুকাকায় সম্পূর্ণৰূপেসম্পূৰ্ণৰূপে অস্থিভূত।
 
5.ৱেবাৰ অস্থিকা (Weberian ossicle) নেথাকে।
317 নং শাৰী:
উদাহৰণ: নট’পটেৰাছ (Notopterus), ক্লুপিয়া (Clupeia)।
 
'''বর্গবৰ্গ: 6. স্কপেলিফৰমিছ (Scopeliformes):'''
 
1.পৃষ্ঠীয় আৰু পায়ু ফানত কন্টক নেথাকে।
 
2.এখন চর্বীময়চৰ্বীময় ফান (Adipose fin) থাকে।
 
3.মুখখন ডাঙৰ আৰু ইয়াত অসংখ্য সৰসৰু দাঁত থাকে।
329 নং শাৰী:
উদাহৰণ: হাৰপ’ডন (Harpodon)
 
'''বর্গবৰ্গ: 7. ছাইপ্রিনিফৰমিছছাইপ্ৰিনিফৰমিছ (Cypriniformes):'''
 
1.ৱেবাৰ অস্থিয়ে অন্তঃকর্ণঅন্তঃকৰ্ণ আৰু বায়ুথলীক সংযোক কৰে।
 
2.বায়ুথলীটো পাচন নলীৰ লগত এডাল নলিকাৰ দ্বাৰা সংযুক্ত হৈ থাকে।
339 নং শাৰী:
ইয়াক আকৌ দুটা উপভাগত ভগোৱা হৈছে –
 
'''ভাগ : 1. ছাইপ্রিনিছাইপ্ৰিনি (Cyprini):''' শৰীৰটোত সাধাৰণতে বাকলি থাকে যদিও কিছুমানৰ নেথাকে।
 
ইহঁতৰ তৃতীয় আৰু চতুর্থচতুৰ্থ কশেৰুকা ইটোৱে সিটোৰ লগত যুক্ত হৈ নেথাকে। উদাহৰণ: ৰৌ মাছ (Labeo rohita), ভকুৱা (Catla)।
 
'''ভাগ : 2. চিলুৰি (Siluri):''' বাকলি নেথাকে। উর্দ্ধহনুৰউৰ্দ্ধহনুৰ হাড়ডাল সৰু হৈ পিচ্ছিকাবোৰক Barbules) ধৰিৰাখে। দ্বিতীয়, তৃতীয়, চতুর্থচতুৰ্থ আনকি কেতিয়াবা পঞ্চম কশেৰুকাও একেলগে সংযুক্ত হৈথাকে। উদাহৰণ: এৰিয়াছ (Arius), শিঙি মাছ (Heteropneustes), মাগুৰ মাছ (Clarius), বৰালী মাছ (Wallago) ।
 
'''বর্গবৰ্গ: 8. এংগুইলিফৰমিছ (Anguilliformes):'''
 
1.দেহটো চুঙা আকৃতিৰ আৰু দীঘলীয়া।
353 নং শাৰী:
3.পৃষ্ঠীয় আৰু পায়ু ফান দীঘলীয়া আৰু ঠেক।
 
4.শ্রোণীশ্ৰোণী ফান থাকিলে উদৰীয় অঞ্চলত থাকে।
 
5.ফানবোৰত কন্টক নেথাকে।
361 নং শাৰী:
উদাহৰণ: এংগুইলা (Anguilla)
 
'''বর্গবৰ্গ:9. বেলনিফৰমিছ (Beloniformes):'''
 
1.দেহটো দীঘলীয়া আৰু ছালত ছাইক্ল’ইড বাকলি থাকে।
369 নং শাৰী:
3.অংকীয় ফান উদৰীয়।
 
4.ইহঁতৰ কিছুমানে মাছে গ্লাইডিং প্রক্ৰিয়াৰেপ্ৰক্ৰিয়াৰে পানীৰ ওপৰলৈ জাপ মাৰি কিছু সময়ৰ বাবে ভাসমান হৈ উৰিব পাৰে।
 
উদাহৰণ: বেল’নি (Beloni), উৰণীয়া মাছ (Exocoetus)
 
'''বর্গবৰ্গ:10. চিগ্‌নাথিফৰমিছ (Syngnathifomes):'''
 
1.দেহটো বাকলি নাইবা অস্থিযুক্ত আঙঠিৰে আবৃত।
 
2.মুখখন অগ্রপ্রান্তৰঅগ্ৰপ্ৰান্তৰ মূৰত অৱস্থিত আৰু নাসামণ্ডল নলি আকৃতিৰ।
 
3.পৃষ্ঠীয়, পায়ু আৰু বক্ষীয় পক্ষ বা ফানৰ পক্ষৰশ্মিবোৰ শাখাযুক্ত নহয়।
 
উদাহৰণ: সামূদ্রিকসামূদ্ৰিক ঘোঁৰা (Hippocampus), চিগ্‌নেথাছ (Syngnathus)
 
'''বর্গবৰ্গ:11. অফিঅ’চেফালিফৰমিছ (Ophiocephaliformes):'''
 
1.দেহটো ছাইক্ল’ইড বাকলিৰে আবৃত।
397 নং শাৰী:
গৰৈ মাছ (Channa)
 
'''বর্গবৰ্গ:12. চিমব্রেংকিফৰমিছচিমব্ৰেংকিফৰমিছ (Symbranchiformes):'''
 
1.দেহটো সাপৰ নিচিনা দীঘলীয়া আৰু ছালত বাকলি নেথাকে।
407 নং শাৰী:
4.পৃষ্ঠীয়, পুচ্ছ আৰু পায়ু ফান নিৰবিচ্ছিন্ন ভাৱে সংলগ্ন হৈ থাকে।
 
5.ক্লোমৰন্ধ্রক্লোমৰন্ধ্ৰ এটা, অনুপ্রস্থীয়অনুপ্ৰস্থীয় আৰু অংকীয়।
 
উদাহৰণ: কুচিয়া (Amphipnous cuchia)।
 
'''বর্গবৰ্গ:13. পার্চিফৰমিছপাৰ্চিফৰমিছ (Perciformes):'''
 
1.ফান কন্টকযুক্ত।
421 নং শাৰী:
4.ৱেবাৰৰ অস্থি নেথাকে।
 
উদাহৰণ: কাৱৈ মাছ (Anabus), ট্রাইকিউৰাছট্ৰাইকিউৰাছ (Trichirus)।
 
'''বর্গবৰ্গ:14. প্লিউৰ’নেক্‌টিফৰমিছ (Pleuronectiformes):'''
 
1.পানীৰ তলত বাস কৰাৰ বাবে অভিযোজিত হ’বলৈ বাবে ইয়াৰ দেহটো চেপেটা।
2.চকু দুটা অংকীয় ফালে অৱস্থিত।
 
3.লাওঁখোলাটো অপ্রতিসম।অপ্ৰতিসম।
 
4.ফানত কন্টক নেথাকে।
 
5.পূর্ণাংগপূৰ্ণাংগ প্রাণীথপ্ৰাণীথ বায়ুথলী নেথাকে।
 
উদাহৰণ: চাইনাপ্‌টুৰা (Synaptura), প্লিউৰ’নেক্‌টাছ(Pleuronectus)।
 
'''বর্গবৰ্গ:15. মাষ্টাচেম্‌বেলিফৰমিছ (Mastacembeliformes):'''
 
1.দেহটো ঈল মাছৰ নিচিনা দিঘলীয়া।
452 নং শাৰী:
উদাহৰণ: মাষ্টাচেম্‌বেলাছ (Mastacembelus)
 
'''বর্গবৰ্গ:16. ইকিনেইফৰমিছ (Echeneiformes):'''
 
1.প্রথমপ্ৰথম পৃষ্ঠীয় ফানখন ৰূপান্তৰিত হৈ এঠা খাই ধৰিবলৈ অভিযোজিত হয়।
 
2.বাকলিবোৰ চাইক্লইড প্রকৃতিৰ।প্ৰকৃতিৰ।
 
3.দ্বিতীয় পৃষ্ঠীয় ফান আৰু পায়ু ফানত কন্টক নেথাকে
464 নং শাৰী:
উদাহৰণ: ইকিনেইছ (Echeneis), ৰিম’ৰা (Remora)।
 
'''বর্গবৰ্গ:17. টেট্র’দন্তীফৰমিছটেট্ৰ’দন্তীফৰমিছ (Tetrodontiformes):'''
 
1.বাকলিবোৰ কাইটলৈ ৰূপান্তৰিত হয়।
470 নং শাৰী:
2.অস্থিযুক্ত প্লেটে দেহটো আগুৰি ৰাখে।
 
উদাহৰণ: অষ্ট্রাচিঅ’নঅষ্ট্ৰাচিঅ’ন (Ostracion), টেট্রাড’নটেট্ৰাড’ন (Tetradon)।
'''বর্গবৰ্গ:18. লফিফৰমিছ (Lophiformes):'''
 
1.পৃষ্ঠীয় ফান দুখন।
"https://as.wikipedia.org/wiki/মাছ"ৰ পৰা অনা হৈছে