য়েমেন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎বাহ্যিক সংযোগ: {{Countries of Asia}} added
র -> ৰ
83 নং শাৰী:
১৯৯০ চনৰ মে মাহৰ পূৰ্বে এই দেশ দুখন পৃথক ৰাষ্ট্ৰত বিভক্ত আছিল। উত্তৰ য়েমেন আৰু দক্ষিণ য়েমেন সেই দুখন ৰাষ্ট্ৰ। উভয় দেশ একত্ৰিত হোৱাৰ পূৰ্বে উত্তৰ য়েমেন গণতন্ত্ৰ আৰু দক্ষিণ য়েমেন কমিউনিষ্ট সকলৰ শাসনাধীন আছিল।
খ্ৰীষ্টপূৰ্ব ২,০০০ বছৰ আগতে উত্তৰ য়েমেনত প্ৰথম জনবসতি গঢ় লৈ উঠিছিল। খ্ৰীষ্টপূৰ্ব ১৪০০ বছৰ আগতে এই অঞ্চল ব্যৱসায়ী সকলৰ বাবে অতি উত্তম পথ হিচাপে বিবেচিত হয়। খ্ৰীষ্টাব্দৰ আৰম্ভণিৰ লগে লগে এই অঞ্চলৰ স্বাভাৱিক গতি মন্থৰ হৈ পৰে। এই সময়ত আবিছিনিয়ায়ে (ইথিওপিয়া) এই অঞ্চল দখল কৰে। পৰৱৰ্তী প্ৰায় ১৩০০ বছৰ এই অঞ্চলত বিভিন্ন উপজাতি, ধৰ্মীয় গোত্ৰ, মিছৰীয় আৰু টাৰ্কছ সকলৰ বিৰুদ্ধে যুদ্ধত আছিল। ৮৯৭ চনৰ গোড়াৰ দিশত এজন ইমামৰ নেতৃত্বত এইদেশ শাসিত হয়।
১৫১৭ চনৰ পৰা ১৯১৮ পৰ্যন্ত উত্তৰ য়েমেন অটোমেন সাম্রাজ্যৰসাম্ৰাজ্যৰ অধিনস্থ আছিল। ১৯২৪ চনত ই লাউছান চুক্তিৰ মাধ্যমত অটোমেন টাৰ্ক সাম্রাজ্যৰসাম্ৰাজ্যৰ পৰা মুক্ত হয়।
 
প্ৰাচীনকালৰ পৰায়ে লোহিত সাগৰ ইউৰোপ, আফ্ৰিকা আৰু এছিয়াৰ মাজত সমুদ্ৰপথৰ একমাত্ৰ আৰু গুৰুত্বপূৰ্ণ বাণিজ্যিক পথ হিচাপে ব্যৱহৃত হৈ আহিছে। ফলত আৰৱ সাগৰৰ তিৰৱৰ্তী য়েমেন বাণিজ্যিক দিশৰ পৰা এক গুৰুত্বপূৰ্ণ অৱস্থানত থকাৰ উপৰিও এই অঞ্চলৰ জীৱনযাত্ৰাৰ মান উত্তৰোত্তৰ বৃদ্ধি পাবলৈ ধৰে। আৰৱত ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ পৰায়ে এই অঞ্চলত ইছলাম ধৰ্ম প্ৰচলন আৰম্ভ হয়। বিভিন্ন সময়ত বিভিন্ন মুছলমান উপজাতীয় প্ৰধানসকলে এই অঞ্চল শাসন কৰি আহিছে। ইয়াৰ মাজেৰে সমুদ্ৰপথত এখন ব্ৰিটিছ জাহাজ চুৰ হোৱাৰ অজুহাতত ১৮৩৯ চনত ব্ৰিটেনে এডেন দখল কৰে। ১৯৩৭ চনত এই অঞ্চল ব্ৰিটিছ ৰাজশাসনৰ অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে এডেন ব্ৰিটিছ ভাৰতৰ অংশ হিচাপে শাসিত হৈ আহিছিল। ১৯৬৭ চনৰ ৩০ নৱেম্বৰত দক্ষিণ য়েমেনে স্বাধীনতা লাভ কৰে।
92 নং শাৰী:
য়েমেন দক্ষিণ-পশ্চিম এছিয়াৰ আৰৱ উপদ্বীপৰ দক্ষিণ প্ৰান্তত ওমান আৰু চৌদি আৰৱৰ মাজত অৱস্থিত। দেশখন লোহিত সাগৰ ভাৰত মহাসাগৰক সংযোগকাৰী বাব-এল-মান্দেৰ প্ৰণালীৰ মুখত অৱস্থিত। লোহিত সাগৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত পেৰিম দ্বীপ আৰু এডেন উপসাগৰত অৱস্থিত ছোকোত্ৰা দ্বীপক ধৰিলে য়েমেনৰ মুঠ আয়তন ৫,২৭,৯৭০ বৰ্গকিলোমিটাৰ। য়েমেনৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ ১,৭৪৬ কিলোমিটাৰ। <ref name=cp>[http://lcweb2.loc.gov/frd/cs/profiles/Yemen.pdf Yemen country profile]. [[Library of Congress]][[Federal Research Division]] (December 2006). ''This article incorporates text from this source, which is in the [[public domain]].''</ref>
 
য়েমেন আৰৱ মালভূমিৰ দক্ষিণ প্ৰান্তত অৱস্থিত। দেশখন পৰ্বতময়, অভ্যন্তৰভাগ পশ্চিম, দক্ষিণ আৰু পূবত সৰু উপকূলীয় সমভূমি আৰু উত্তৰে চৌদি আৰৱৰ লগত সীমান্তত মৰুভূমিৰ দ্বাৰা বেষ্টিত। লোহিত সাগৰৰ উপকূলক আগুৰি প্ৰলম্বিত প্ৰায় ৪১৯ কিলোমিটাৰ দীঘল অৰ্ধ উষ্ণ উপকূলীয় সমভূমি তিহামাহ নামে পৰিচিত। অভ্যন্তৰভাগৰ পৰ্বত সমূহ বিভিন্ন উচ্চতাৰ। সৰ্বোচ্চ পৰ্বত জাবাল আন নাবি ছোৱাইব সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৭৬০ মিটাৰ উচ্চতাত অৱস্থিত। উচ্চভূমি সমূহৰ মাজেৰে কিছু কিছু ঠাইত নদী উপত্যকা বা মৰুদ্যান দেখা যায়। এইসমূহ গ্রীষ্মকালতগ্ৰীষ্মকালত শুষ্ক থাকে। য়েমেনৰ কোনো স্থায়ী নদী নাই। উত্তৰ আৰু পূবৰ মালভূমি আৰু মৰুভূমি উত্তপ্ত আৰু শুষ্ক। সেয়ে ইয়াত উদ্ভিদ আৰু জীৱৰ সংখ্যা অতি কম।
== ভাষা ==
য়েমেনৰ ২ কোটি জনগণৰ বেদী ভাগেই [[আৰৱী ভাষা|য়েমেনী আৰৱী ভাষা]] ব্যৱহাৰ কৰে। দেশখনৰ দক্ষিণ-পূবত [[ওমান]] আৰু [[চৌদি আৰৱ| চৌদি আৰৱৰ]] লগত সীমান্তবৰ্তী এলাকাত মেহৰি নামৰ দক্ষিণী আৰৱী ভাষাৰ প্ৰচলন আছে। সাম্প্ৰতিক সময়ত [[ছুমালিয়া]]ৰ [[লোহিত সাগৰ|লোহিত সাগৰৰ]] উপকূলীয় অঞ্চল সমূহৰ অধিবাসী ছুমালি সম্প্ৰদায়ৰ ছুমালি ভাষাৰ প্ৰচলন আছে। য়েমেনপাহাৰীয়া ৰুক্ষ অঞ্চল বাবে ই প্ৰায় বিচ্ছিন্ন অঞ্চলৰ সদৃশ। সেয়ে ইয়াত প্ৰচলিত আৰৱী ভাষাত বিচিত্ৰতাৰ পৰিমাণ বেছি আৰু প্ৰাচীন আৰৱীৰ বিভিন্ন বৈশিষ্ট্য সংৰক্ষিত হৈ আছে।
==পৰ্যটন==
 
য়েমেনত পৰ্যটনৰ নব্য বহুতো আকৰ্ষণীয় স্থান আছে। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হল ইয়াৰ ৰাজধানী চানা চহৰ। চানা সম্ভৱত মনুষ্যনিৰ্মিত প্ৰথম চহৰৰ ভিতৰত অন্যতম। ইউনেস্ক'য়ে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage of Mankind) হিচাপে ঘোষণা কৰিছে। ৰাব আল খালি মৰুভূমিরমৰুভূমিৰ প্ৰান্তত অৱস্থিত মাৰিব চহৰ শেবাৰ ৰাণীৰ সাম্রাজ্যৰসাম্ৰাজ্যৰ ৰাজধানী আছিল। ইয়াত ৩০০০ বছৰ আগতে নিৰ্মিত বান্ধ এতিয়াই দেখিবলৈ পোৱা যায়। য়েমেন পূৰ্বতে বিভিন্ন সাম্রাজ্যৰসাম্ৰাজ্যৰ অংশ আছিল আৰু সেইবোৰৰ ৰাজধানীসমূহ দেশখনৰ বিভিন্ন চহৰত বিস্তৃত হৈ আছে। প্ৰত্যেক চহৰতে সেই আমলৰ বিশেষ নিদৰ্শন দেখিবলৈ পোৱা যায়। ইছলামৰ একেবাৰে প্ৰথম দিশকাৰ হজৰত মহম্মদৰ জীৱন কালৰ মছজিদৰ পৰা আৰম্ভ কৰি ইছলামী যুগৰ প্ৰথম বিশ্ববিদ্যালয় আৰু আন অনেক প্ৰাচীন ঐতিহ্যবাহী স্থানৰে য়েমেন পৰিপূৰ্ণ।
 
পৰ্যটন শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা য়েমেনৰ অৰ্থনীতি যথেষ্ট টনকিয়াল কৰিব পাৰি।
"https://as.wikipedia.org/wiki/য়েমেন"ৰ পৰা অনা হৈছে