শকুন্তলা দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র -> ৰ
14 নং শাৰী:
| nationality =ভাৰতীয়
| occupation = সমাজ কৰ্মী
| Honor = বিশ্বৰ দ্রুততমদ্ৰুততম মানৱ কম্পিউটাৰ হিচাপে গীনিছ ৱৰ্ল্ড ৰেকৰ্ড
}}
'''শকুন্তলা দেৱী'''(''Shakuntala Devi'') (৪ নভেম্বৰ ১৯২৯ - ২১ এপ্ৰিল ২০১৩) এগৰাকী [[ভাৰত|ভাৰতীয়]] লেখিকা তথা মানৱ গণকযন্ত্ৰ । তেওঁ ‘মানৱ কম্পিউটাৰ’ নামে পৰিচিত।<ref name="The Hindu 2013">"Shakuntala Devi strove to simplify maths for students". The Hindu. 21 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref><ref name="Pandya, Haresh 2013">Pandya, Haresh (21 April 2013). "Shakuntala Devi, 'Human Computer' Who Bested the Machines, Dies at 83". The New York Times. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref><ref>Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref><ref name="Jensen, Arthur R. 1990">Jensen, Arthur R. (July–September 1990). "Speed of information processing in a calculating prodigy". Intelligence (University of California, Berkeley, United States) 14 (3): 259–274. doi:10.1016/0160-2896(90)90019-P. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref><ref>"Obituary: India's 'human computer' Shakuntala Devi". BBC News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref> তেওঁৰ অসাধাৰণ গণন ক্ষমতাৰ বাবে তেওঁক ১৯৮২ চনত ‘[[গিনিছ ৱৰ্ল্ড ৰেকর্ডছৰেকৰ্ডছ|গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডচ্]]’ত অন্তৰ্ভুক্ত কৰা হৈছে।<ref name="The Hindu 2013"/><ref name="Pandya, Haresh 2013"/><ref name="Obituary 2013">"Obituary: Shakuntala Devi". The Telegraph. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref>
 
তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে। যাৰ ভিতৰত গণিত, সাঁথৰ বা প্ৰহেলিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ ওপৰত আধাৰিত কিতাপ আৰু উপন্যাস আছে। তদুপৰি তেওঁক [[সমকামিতা]]ৰ ওপৰত অধ্যয়ন কৰি কিতাপ লিখা প্ৰথম ভাৰতীয় বুলি গণ্য কৰা হয়।
== জীৱনী ==
শকুন্তলা দেৱী ১৯২৯ চনৰ ৪ নভেম্বৰত ভাৰতৰ [[ বাংগালোৰ | বাংগালোৰৰ ]] এক [[কন্নড়]] [[ব্ৰাহ্মণ]] পৰিয়ালত জন্ম গ্ৰহণ কৰে।<ref name="Pandya, Haresh 2013"/><ref name="Obituary 2013"/> বাল্যকালত শকুন্তলাৰ অসাধাৰণ স্মৰণ শক্তি আৰু সংখ্যা গণনাৰ দক্ষতাক তেওঁৰ দেউতাকে গুৰুত্ব দিয়া নাছিল। যদিও মাত্ৰ তিনি বছৰ বয়সত তেওঁ তাচৰ বিভিন্ন কৌশল আয়ত্ব কৰি পেলাইছিল। প্ৰথমে শকুন্তলাৰ দেউতাক এটি চাৰ্কেচৰ দলত আছিল। পিছত তেওঁ সেই দল এৰি জীয়ৰীক লৈ বিভিন্ন ঠাইত "ৰ'ড শ্ব’" কৰিবলৈ ধৰিলে।<ref name="Pandya, Haresh 2013"/> তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল।<ref name="The Hindu 2013"/> মাত্ৰ ছয় বছৰ বয়সত শকুন্তলায়ে [[মহীশুৰ]] বিশ্ববিদ্যালয়ত তেওঁৰ অসাধাৰণ এই দক্ষতাৰ প্রদৰ্শনীপ্ৰদৰ্শনী কৰে। ১৯৪৪ চনত শকুন্তলা তেওঁৰ পিতৃৰ লগত লণ্ডনলৈ যায়।<ref name="Obituary 2013"/> ইয়াৰ পিছত ১৯৬০ৰ মাজৰ সময়ত তেওঁ ভাৰতলৈ ঘুৰি আহে।<ref>"India's math wizard, Shakuntala Devi". Yahoo! India News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref>
== মানৱ কম্পিউটাৰ ==
শকুন্তলা দেৱীৰ এই অসাধাৰণ ক্ষমতা প্ৰকাশ পালে আৰু সমস্ত বিশ্ব ব্যাপী ইয়াৰ প্রদৰ্শনীপ্ৰদৰ্শনী আৰম্ভ হয়। ১৯৫০ চনত ইউৰোপত,১৯৭৬ চনত নিউইয়ৰ্কত এই প্ৰদৰ্শনী অনুষ্ঠিত হয়।<ref name="Pandya, Haresh 2013"/> ১৯৮৮ চনত মাৰ্কিন যুক্তৰাষ্ট্রযুক্তৰাষ্ট্ৰ ভ্ৰমনৰ সময়ত [[কেলিফৰ্নিয়া]] বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক আৰ্থাৰ জেচনে তেওঁৰ ওপৰত গৱেষণা কৰে।<ref name="Jensen, Arthur R. 1990"/> তেওঁ শকুন্তলা দেৱীৰ মানসিক দক্ষতাৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰিছিল।<ref name="Jensen, Arthur R. 1990"/> জেচনে ১৯৯০ চনত তেওঁৰ একাডেমীক জাৰ্নেলত এইবুলি লিখিছিল যে, ৬১,৬২৯,৮৭৫ৰ ঘনমূল আৰু ১৭০,৮৫৯,৩৭৫ৰ সপ্তমূল কৰোঁতে শকুন্তলা দেৱীয়ে জেচনে নোটবুকত লিখাৰ আগতেই ইয়াৰ উত্তৰ ৩৯৫ আৰু ১৫ কৈ দিয়ে। <ref name="Obituary 2013"/>
== মৃত্যু ==
২০১৩ চনৰ ২১ এপ্ৰিলত শকুন্তলা দেৱীৰ বাংগালোৰত শ্বাস-প্ৰশ্বাস জনিত কাৰণত ৮৩ বছৰত মৃত্যু হয়।<ref name="The Hindu 2013"/> তেওঁ বহুদিন ধৰি হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাত ভুগি আছিল।