হিমসাগৰ আম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
2 নং শাৰী:
'''হিমসাগৰ আম''' এক জনপ্ৰিয় আম। বাংলাদেশৰ ৰাজশাহী আৰু ভাৰতৰ পশ্চিমবংগত প্ৰচুৰ পৰিমাণে এই আমৰ খেতি কৰা হয়। এই আমৰ মিঠা সুগন্ধ আৰু সোৱাদ পৃথিৱীৰ অন্যান্য আমতকৈ ভিন্ন। সেয়েহে আম খেতিৰ ক্ষেত্ৰত হিমসাগৰ আমৰ খেতিৰ কথা প্ৰথমে বিবেচনা কৰা হয় ।
==বৰ্ণনা==
হিমসাগৰ আম ইমানেই জনপ্ৰিয় যে , এই আমক আমৰ ৰজা বোলা হয় । এই আমৰ ভিতৰৰ ৰং হালধীয়াৰ পৰা কমলা আৰু আঁহ নাই।<ref name="sl18062013">{{cite news|url=http://english.samaylive.com/regional-news/national-capital-region-news/676531660/exhibition-of-mangoes-from-bengal-at-dilli-haat-in-delhi.html|title=Cottony soft to luscious and juicy - Bengal mangoes in Delhi|date=18 June 2013|work=Samay Live|accessdate=14 July 2013}}</ref> এটি স্বাভস্বাভাৱিক আমৰ ওজন ২৫০ৰ পৰা ৩৫০ গ্ৰাম হয়। তাৰে ভিতৰত ৭৭ শতাংশই হল আম বাকি ৩৩ শতাংশ আমৰ গুটি । এইটো আমৰ এটি ভাল বৈশিষ্ট । <ref>{{cite web|url=http://www.fruitipedia.com/Mango.htm|title=Mango|last=Parmar|first=Chiranjit|work=Fruitpedia.com|accessdate=14 July 2013}}</ref> এই আমক ভালপাই বিভিন্ন লেখকে এশৰো অধিক কবিতা লিখিছে । ভাৰত আৰু বাংলাদেশৰ এই আম অবিহনে গ্রীষ্মকালগ্ৰীষ্মকাল কল্পনা কৰা টান।
 
হিমসাগৰ আম জুন মাহত গাছত পকিবলৈ আৰম্ভ কৰে আৰু জুনৰ শেষৰফালে বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিয়া হয় । এই আম ভাৰতৰ ঘাইকৈ নদীয়া, মুৰ্চিদাবাদ, মালদহ আৰু হুগলীত ব্যৱসায়িক ভিত্তিত খেতি কৰা হয় ।<ref name="tt10072012">{{cite news|url=http://www.telegraphindia.com/1120610/jsp/calcutta/story_15592070.jsp|title=Mango tango|date=10 June 2012|work=The Telegraph|accessdate=14 July 2013|location=Kolkata}}</ref> এই আম ভাৰতৰ ভৌগলিক অস্তিত্বৰ ইঙ্গিত দিয়ে। সেয়ে এই আমক ভাৰতৰ ভৌগলিক পৰিচায়কৰ মৰ্যাদা দিয়া হৈছে।<ref name="sl18062013"/>ইয়াৰ নিবন্ধন সংখ্যা ১১২ । <ref>{{cite web|url=http://rcwb.in/rcwb/wp-content/uploads/2013/01/HIMSAGAR-MANGO-MALDA.pdf|title=Himsagar Mango Malda|work=Office of the Resident Commissioner, Government of West Bengal|accessdate=14 July 2013}}</ref>