২ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
13 নং শাৰী:
মৃত্যু 2014 চনৰ 20 মাৰ্চ |
 
*১৯০৭ চনৰ আজিৰ দিনটোতে প্রাথমিকপ্ৰাথমিক পিৰিয়ডিক টেবিলৰ ৰাছিয়ান আবিষ্কাৰক দিমিদ্রিদিমিদ্ৰি আইভানোভিচ মেনদিলিভৰ মৃত্যু হয়। জন্ম ১৮৩৪ চনৰ ৮ ফেব্ৰুৱাৰী।
 
*1939 চনৰ আজিৰ দিনটোতে নোবেল জয়ী আমেৰিকান অৰ্থনীতিবিদ Dale Thomas Mortensen ৰ জন্ম | মৃত্যু January 9, 2014 | তেওঁ ২০১০ চনত অর্থনীতিতঅৰ্থনীতিত নোবেল লাভ কৰে।
 
*1970 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত দার্শনিকদাৰ্শনিক, গণিতজ্ঞ, সমাজ সমালোচক পণ্ডিত বার্ট্রাণ্ডবাৰ্ট্ৰাণ্ড ৰাছেলৰ মৃত্যু |
( জন্ম ১৮ মে ১৮৭২) |
তেওঁ 1950 চনত Marriage And morals গ্ৰন্থৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে |
 
*১৯৭৭ চনৰ আজিৰ দিনটোতে কলম্বিয়াৰ বাৰ্বানকিলাত বিশ্বপ্ৰসিদ্ধ গায়িকা ছাকিৰাৰা জন্ম হয় |
ছাকিৰা শব্দৰ অর্থঅৰ্থ “কৃতজ্ঞ”। ২০১০ চনৰ ১০ জুনত দক্ষিণ আফ্রিকাতআফ্ৰিকাত অনু্ষ্ঠিত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত তেওঁ "ৱাক্কা ৱাক্কা" পৰিৱেশন কৰে আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰে |
ফেচবুকত ১০০ মিলিয়ন লাইক পোৱা তেৱেঁই প্রথমপ্ৰথম ব্যক্তি |
তেওঁ প্ৰধানকৈ শিশুৰ শিক্ষা আৰু দাৰিদ্ৰ নিবাৰণৰ দৰে সমাজসেৱা মূলক কামত জড়িত হৈ থাকে |
ছাকিৰাৰ মাতৃভাষা স্পেনিছ হলেও, তেওঁ ইংৰাজী, পর্তুগিজপৰ্তুগিজ, ইতালী আদি ভাষাতো অত্যন্ত পাকৈত |
 
*১৮১৭ চনৰ আজিৰ দিনটোতে শিক্ষা আৰু খ্রিষ্টধর্মখ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্রথমপ্ৰথম শাখা কলকাতাত স্থাপিত হয়।
 
*১৮১৪ চনৰ আজিৰ দিনটোতে কলকাতাযত ভাৰতীয় সংগ্রহালয়সংগ্ৰহালয় (ইন্ডিয়ান মিউজিয়াম) প্রতিষ্ঠিতপ্ৰতিষ্ঠিত হয়।
 
ব্ৰিটিছ সাম্ৰাজ্যৰ ৰাণী ৰাণী ভিক্টোৰিয়া (Queen Victoria) Her funeral was held on Saturday 2 February.
তেওঁৰ জন্ম ২৪ মে, ১৮১৯ – মৃত্যু ২২ জানুৱাৰী ১৯০১)
তেওঁ ১ মে ১৮৭৬ চনত ভাৰত সম্রাজ্ঞীসম্ৰাজ্ঞী উপাধি ধাৰণ কৰে |
 
*Lord Macaulay’s address to the British Parliament in 2 February, 1835: