ৱিকিপিডিয়া:ইতিবৃত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Jyoti K Nath (আলোচনা | বৰঙণি) Fixed typo. টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
Jyoti K Nath (আলোচনা | বৰঙণি) Fixed typo. টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
3 নং শাৰী:
{{About Wikipedia}}
অসমীয়া গণবিশ্বকোষ (Assamese Open Content Wikipedia) হৈছে ৱিকিপিডিয়া বৃহত্তৰ প্ৰকল্পৰ এক অংশ। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে পৃথিবীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰা।
ৱিকিপিডিয়া [[ইণ্টাৰনেট]]ক কেন্দ্ৰ কৰি গঢ়ি উঠা এক মুক্ত [[জ্ঞানকোষ]] পৰিযোজনা । ই [[ৱিকি]] নামৰ এনে এটা ব্যৱস্থাৰে পৰিচালিত য’ত যি কোনো ব্যক্তিয়েই ইয়াৰ যিকোনো বিষয়কে সম্পাদনা কৰিব পাৰে ।ৱিকিপিডিয়া শব্দটো ৱিকি আৰু এনচাইক্ল’পিডিয়া (জ্ঞানকোষ) শব্দ দুটা মিলাই সৃষ্টি কৰা হৈছে । ৱিকিপিডিয়া এক বহুভাষিক প্ৰকল্প আৰু ই স্বেচ্ছাসেৱকৰ বৰঙনিৰে নিৰ্মিত ।ইণ্টাৰনেটৰ জৰিয়তে যিকোনো ব্যক্তিয়েই ইয়াত বৰঙণি আগবঢ়াব পাৰে আৰু সম্পাদনা কৰিব পাৰে । ৱিকিপেডিয়াৰ মূখ্য পৰিচালন কেন্দ্ৰ [[ফ্লৰিডা]]ৰ [[টেম্পা]]ত অৱস্থিত আৰু অতিৰিক্ত পৰিচালন কেন্দ্ৰ [[আমষ্টাৰডাম]] আৰু [[ছিউল]]ত আছে ।
|