ৱিকিপিডিয়া:ইতিবৃত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Fixed typo.
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
13 নং শাৰী:
 
==বিভিন্ন ভাষাত ৱিকিপিডিয়া==
জুলাই ২০০৬ লৈকে ৱিকিপিডিয়াত মুঠ ১৫১ টা সক্ৰিয় সংস্কৰণ আছিল আৰু ই ২২৯ টা ভাষাত আৰম্ভ হৈ উঠিছিল । বিভিন্ন ভাষাৰ সংস্কৰন সমূহে স্বতন্ত্ৰ ভাৱে কাৰ্য সম্পাদন কৰে আৰু ইয়াৰ আন আন ভাষাৰ সংস্কৰ্ণসংস্কৰণ সমূহৰ লগত আপাততঃ কোনো সম্বন্ধ নাথাকে । এটা ভাষাত থকা লিখনি সমুহ আন এটা ভাষালৈ অনুবাদ কৰিবই লাগিব বুলি কোনো বাধ্য বাধকতা নাই আৰু স্বয়ংক্ৰিয় অনুবাদ ইয়াত বৰ্জনীয় । বিভিন্ন ভাষাৰ সংস্কৰণসমূহ ”নিৰপেক্ষ দৃষ্টিকোণ” সমভাৱাপন্ন নীতিৰে সজোৱা হ্য় । বিভিন্ন ভাষাৰ সংস্কৰণৰ লিখনি আৰু চিত্ৰ সমূহ ইণ্টাৰৱিকি (interwiki)ৰ দ্বাৰা সংযুক্ত কৰিব পৰা যায় । লিখনিৰ অনুবাদৰ বাবেও অনুৰোধ কৰিব পৰা যায় । মূখ্য ভাষা সমূহৰ ভিতৰত ইংৰাজী, জাৰ্মান, ফৰাচী, জাপানী, চুইডিছ, পতুৰ্গাল আৰু স্পেনিছ আদি প্ৰধান ।
 
==অসমীয়া ৱিকিপিডিয়া==