"তামোল"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

72 বাইট যোগ দিয়া হ’ল ,  3 বছৰৰ পূৰ্বে
তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক৷ তামোলৰ পেলুনাশক গুণ আছে৷<ref name="গ্ৰন্থ ১" />
==ব্যৱহাৰ==
{{main|অসমৰ তামোল-পাণ সংস্কৃতি}}
[[অসম]]ত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে৷ [[মাটি]]ত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে৷ কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ [[মাটি]]ৰ কলহ বা তেনে ধৰণৰ পাত্ৰত [[পানী]]ত দুমাহমান গোৰাই থয়৷ [[পশ্চিমবংগ]]ত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে৷ কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে৷ তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়৷ চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়৷ বিভিন্ন ধৰণৰ জৰ্দা [[পাণ]],মিঠা [[পাণ]] আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে৷ তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা [[পানী]] আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে৷ তামোলৰ ঢকুৱাৰপৰা [[বিচনী]] সাজি গৰমৰ দিনত বতাহ লয়৷<ref name="গ্ৰন্থ ১" />
 
== চিত্ৰৰ ভঁৰাল ==
25,725

টা সম্পাদনা