শহাপহু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
| -> ।
34 নং শাৰী:
==ভাৰতীয় শহা==
 
দেশীয় শহাৰ বৈজ্ঞানিক নাম Lepus nigricollis | ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ শহা [[ভাৰত]]ৰ বেলেগ বেলেগ [[ৰাজ্য]]ত পোৱা যা্য ৷[[অসম]]ৰ হাবিত পোৱা শহা হ’ল খাগৰি কটা শহা(hispid hare),বৈজ্ঞানিক নাম –Caprolagus hispidus |দেশীয়।দেশীয় শহাই অকলে থাকি ভাল পায় আৰু গছৰ ধোন্দ বা ঘাঁহ-পাতৰ বাহত বাস কৰে ৷ শৰীৰৰ আকাৰ পোহনীয়া শহাতকৈ ডাঙৰ হয় ৷<ref>আমাৰ পোহনীয়া জন্তুবোৰ,অসম বিজ্ঞান সমিতি,লেখক-ড° সোণ কুমাৰ তালুকদাৰ</ref>
 
 
"https://as.wikipedia.org/wiki/শহাপহু"ৰ পৰা অনা হৈছে