১ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
| -> ।
3 নং শাৰী:
==দিৱস==
*আজি [[World Hijab Day]]
2013 ত এই দিৱসৰ আৰম্ভণি | Nazma Khan ৰ নেতৃত্বত 140 খন দেশত পালন কৰা হয় | it as an opportunity for non-Muslim women to experience the hijab.
 
==ঘটনাৱলী==
*2003 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী Kalpana Chawlaৰ মৃত্যু হয় |(জন্ম March 17, 1962 )
 
১৮৮৪ চনৰ আজিৰ দিনটোতে *অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এন্ট) প্ৰকাশিত হয় |*
 
১৮৫৫ চনৰ আজিৰ দিনটোতে কলকাতাৰ পৰা আগ্ৰা পৰ্যন্ত *টেলিগ্ৰাফ যোগাযোগ ব্যবস্থাৰ আনুষ্ঠানিক উদ্বোধন* কৰা হয়।
 
1930 চনৰ আজিৰ দিনটোতে *The Times কাকতে প্ৰথম বাৰৰ বাবে Cross Word Puzzle প্ৰকাশ কৰে |*
 
1835 চনৰ আজিৰ দিনটোতে *East India company* এ *Darjeeling* ক *চিকিমৰ ৰজাৰ পৰা Lease ত লয় |*
 
1942 চনৰ আজিৰ দিনটোতে Voice of America, *আনুস্থানিক ৰেডিঅ আৰু দূৰদৰ্শন সেৱাৰ আৰম্ভ কৰা হৈছিল |*
 
1884 চনৰ আজিৰ দিনটোতে *ডাক বীমা যোজনা আৰম্ভ কৰা হয় |*
 
1786 চনৰ আজিৰ দিনটোতে *লৰ্ড কৰ্ণৱালিচ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয়* আৰু
*1797 চনৰ আজিৰ দিনটোতে বেংগল ৰ গৱৰ্ণৰ জেনেৰেল হয় |*
 
1881 Cambridge Missionaries founded *St. Stephen's College in Delhi.*
28 নং শাৰী:
1855 East India Railways were held for formal inauguration; *Howrah station was opened.*
 
1977 চনৰ আজিৰ দিনটোতে *ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰেল সংগ্ৰহালয় দিল্লীত স্থাপন কৰা হয় |*
 
1994 ONGC becomes a Public Limited Company.
42 নং শাৰী:
১৮৯৭ চনৰ আজিৰ দিনটোতে *দক্ষিণ কোৰিয়াৰ প্ৰাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কাৰ্যক্ৰম আৰম্ভ কৰে ।*Shinhan Bank,
 
*নোবেল জয়ী জাৰ্মান বিজ্ঞানী* Werner Karl Heisenberg ৰ ১৯৭৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল | মৃত্যু ১৯০১ চনৰ ৫ ডিচেম্বৰত | তেওঁ জাৰ্মান তাত্ত্বিক পদাৰ্থবিদ আৰু কোৱান্টম বলবিদ্যাৰ উদ্ভাবক । ১৯২৫ চনত মেক্স বৰ্ন আৰু পাচকুৱাল জৰ্ডানৰ লগত মিলি হাইজেনবেৰ্গ কোৱান্টম বলবিদ্যাৰ মেট্ৰিক্স ভিত্তিক ব্যাখ্যা প্ৰদান কৰিছিল | তেওঁ অনিশ্চয়তা নীতিৰ বাবে বিখ্যাত, যি ১৯২৭ চনত প্ৰকাশ কৰে । কোৱান্টম বলবিদ্যাৰ আবিষ্কাৰক হিচাবে আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ হিচাবে হাইড্ৰোজেনৰ বহুৰূপতা আবিষ্কাৰত অবদান ৰখাৰ বাবে ১৯৩২ চনত তেওঁক পদাৰ্থবিদ্যাত নোবেল পুৰস্কাৰ দিয়া হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ নাৎসি জাৰ্মান পাৰমাণবিক অস্ত্ৰ প্ৰকল্পৰ প্ৰধান বিজ্ঞানী আছিল |
 
1964 Unit Trust of India' established.
 
1971 ক্ৰিকেটৰ অজয় জাডেজাৰ জন্ম |
 
1957 অভিনেতা জেকী শ্ৰাফৰ জন্ম |
 
भारतीय तट रक्षक बल’ का गठन 1977 में हुआ।