"২ ফেব্ৰুৱাৰী"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
| -> ।
(র -> ৰ)
(| -> ।)
*আজি বিশ্ব জলাহভূমি দিৱস
{{World Wetlands Day}}
বিশ্ব জলাহভূমি দিৱস প্ৰতি বছৰে ২ ফেব্ৰুৱাৰীত পালিত হয় । 2018 বৰ্ষৰ বাবে এই দিৱসৰ Themes হৈছে Wetlands for a Sustainable Urban Future|Future।
 
*আজি {{National Wear Red Day}}
Heart ৰ বিভিন্ন ৰোগৰ বিষয়ে সজাগতা আৰু সহযোগিতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ প্ৰথম শুক্ৰবাৰে এই দিৱস পালন কৰা হয় |
 
==ঘটনাৱলী==
*1915 চনৰ আজিৰ দিনটোতে ট্ৰেইন টু পাকিস্তানৰ দৰে বিখ্যাত গ্ৰন্থ লিখক, ইতিহাসবিদ খুশবন্ত সিঙৰ জন্ম |
মৃত্যু 2014 চনৰ 20 মাৰ্চ |
 
*১৯০৭ চনৰ আজিৰ দিনটোতে প্ৰাথমিক পিৰিয়ডিক টেবিলৰ ৰাছিয়ান আবিষ্কাৰক দিমিদ্ৰি আইভানোভিচ মেনদিলিভৰ মৃত্যু হয়। জন্ম ১৮৩৪ চনৰ ৮ ফেব্ৰুৱাৰী।
 
*1939 চনৰ আজিৰ দিনটোতে নোবেল জয়ী আমেৰিকান অৰ্থনীতিবিদ Dale Thomas Mortensen ৰ জন্ম | মৃত্যু January 9, 2014 | তেওঁ ২০১০ চনত অৰ্থনীতিত নোবেল লাভ কৰে।
 
*1970 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত দাৰ্শনিক, গণিতজ্ঞ, সমাজ সমালোচক পণ্ডিত বাৰ্ট্ৰাণ্ড ৰাছেলৰ মৃত্যু |
( জন্ম ১৮ মে ১৮৭২) |
তেওঁ 1950 চনত Marriage And morals গ্ৰন্থৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে |
 
*১৯৭৭ চনৰ আজিৰ দিনটোতে কলম্বিয়াৰ বাৰ্বানকিলাত বিশ্বপ্ৰসিদ্ধ গায়িকা ছাকিৰাৰা জন্ম হয় |
ছাকিৰা শব্দৰ অৰ্থ “কৃতজ্ঞ”। ২০১০ চনৰ ১০ জুনত দক্ষিণ আফ্ৰিকাত অনু্ষ্ঠিত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত তেওঁ "ৱাক্কা ৱাক্কা" পৰিৱেশন কৰে আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰে |
ফেচবুকত ১০০ মিলিয়ন লাইক পোৱা তেৱেঁই প্ৰথম ব্যক্তি |
তেওঁ প্ৰধানকৈ শিশুৰ শিক্ষা আৰু দাৰিদ্ৰ নিবাৰণৰ দৰে সমাজসেৱা মূলক কামত জড়িত হৈ থাকে |
ছাকিৰাৰ মাতৃভাষা স্পেনিছ হলেও, তেওঁ ইংৰাজী, পৰ্তুগিজ, ইতালী আদি ভাষাতো অত্যন্ত পাকৈত |
 
*১৮১৭ চনৰ আজিৰ দিনটোতে শিক্ষা আৰু খ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্ৰথম শাখা কলকাতাত স্থাপিত হয়।
ব্ৰিটিছ সাম্ৰাজ্যৰ ৰাণী ৰাণী ভিক্টোৰিয়া (Queen Victoria) Her funeral was held on Saturday 2 February.
তেওঁৰ জন্ম ২৪ মে, ১৮১৯ – মৃত্যু ২২ জানুৱাৰী ১৯০১)
তেওঁ ১ মে ১৮৭৬ চনত ভাৰত সম্ৰাজ্ঞী উপাধি ধাৰণ কৰে |
 
*Lord Macaulay’s address to the British Parliament in 2 February, 1835:
2,335

টা সম্পাদনা