ডী ডী অসম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Replacing wrong medial combinations
26 নং শাৰী:
|sat chan 5 =
}}
'''গুৱাহাটী দূৰদৰ্শন''' তথা '''ডি ডি নৰ্থ ইষ্ট''' হৈছে ভাৰতৰ একমাত্ৰ চৰকাৰী টেলিভিছন প্ৰতিষ্ঠান দূৰদৰ্শনৰ উত্তৰ-পূব ভাৰতৰ এক চেটেলাইট চেনেল। এই চেনেলত গুৱাহাটীৰ উপৰিও অাগৰতলাআগৰতলা, কহিমা, ইম্ফল, শিলচৰ, ডিব্ৰুগড়, তুৰা, অাইজলআইজল, ইটানগৰ অাৰুআৰু শ্বিলঙৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰাও অনুষ্ঠান সম্প্ৰচাৰিত কৰা হয়।
 
==ইতিহাস==
ডি ডি নৰ্থ ইষ্ট উত্তৰ-পূব ভাৰতৰ এক সংযুক্ত চেটেলাইট চেনেল য'ত অসমীয়া, ইংৰাজী, হিন্দীৰ উপৰিও উত্তৰ-পূব ভাৰতৰ বিভিন্ন ভাষাত অনুষ্ঠান সম্প্ৰচাৰিত হয়। অনুষ্ঠান সমূহ প্ৰধানকৈ জ্ঞানমূলক, কৃষি, স্বাস্থ্য, তথ্যমূলক, ধাৰাবাহিক অাৰুআৰু বাতৰি। দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি সম্প্ৰচাৰিত হৈছিল ১৯৯২ চনত।<ref name="গুৱাহাটী দূৰদৰ্শন">{{cite web | url=http://www.ddkguwahati.gov.in/aboutus.asp | title=গুৱাহাটী দূৰদৰ্শনৰ বিষয়ে | publisher=Doordarshan Kendra Guwahati | work=ddkguwahati.gov.in | date=২০১৬ | accessdate=নবেম্বৰ ২৯, ২০১৬}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ডী_ডী_অসম"ৰ পৰা অনা হৈছে