যুক্তৰাজ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
Replacing wrong medial combinations
1 নং শাৰী:
{{Infobox country
|native_name = United Kingdom of Great Britain and Northern Ireland
|conventional_long_name = গ্ৰেইট ব্ৰিটেন অাৰুআৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য
| image_flag = Flag of the United Kingdom.svg
| alt_flag =
12 নং শাৰী:
| alt_map =
| map_caption = {{map_caption |country={{nobold|যুক্তৰাজ্য}} |location_color=dark green |region=ইউৰোপ |region_color=dark grey |subregion=[[ইউৰোপীয় ইউনিয়ন]] |subregion_color=light green}}
| languages_type = জাতীয় ভাষা<br />{{nobold|অাৰুআৰু ৰাষ্ট্ৰীয় ভাষা}}
| languages = [[ইংৰাজী ভাষা|ইংৰাজী]]
| languages2_type = অন্যান্য<br />ভাষাসমূহ<ref>{{ৱেব উদ্ধৃতি |url= http://conventions.coe.int/treaty/Commun/ListeDeclarations.asp?CL=ENG&NT=148&VL=1 |title=List of declarations made with respect to treaty No. 148 |publisher=[[Council of Europe]] |accessdate=12 December 2013}}</ref>
86 নং শাৰী:
}}
 
'''যুক্তৰাজ্য''' ({{lang-en|United Kingdom}} ''ইউনাইটেড্‌ কিংডম্‌'') [[ইউৰোপ|ইউৰোপীয়]] মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখনৰ চৰকাৰী নাম হ'ল '''গ্ৰেইট ব্ৰিটেন অাৰুআৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য''' ({{lang-en|The United Kingdom of Great Britain and Northern Ireland}})। ৰাষ্ট্ৰখন চাৰিখন সাংবিধানিক ৰাষ্ট্ৰ: [[ইংলেণ্ড]], [[স্কটলেণ্ড]], [[ৱেল্ছ]] অাৰুআৰু [[উত্তৰ আয়াৰলেণ্ড]]ৰ সমন্বয়ত গঠিত।
 
যুক্তৰাজ্য বহুতো দ্বীপ লৈ গঠিত। দ্বীপসমূহক একেলগে [[গ্ৰেট ব্ৰিটেন|ব্ৰিটিছ দ্বীপপুঞ্জ]] নামেৰে অভিহিত কৰা হয়। ইয়াৰে সৰ্ববৃহৎ দ্বীপটৌৰ নাম বৃহৎ ব্ৰিটেন বা [[গ্ৰেইট ব্ৰিটেন]]। গ্ৰেট ব্ৰিটেনৰ সকলোতকৈ বৃহৎ অাৰুআৰু জনবহুল অংশটিৰ নাম [[ইংলেণ্ড]], যি দ্বীপটোৰ দক্ষিণ অাৰুআৰু পূব অংশ গঠন কৰিছে। পশ্চিমে আছে [[ৱেল্ছ]] অাৰুআৰু উত্তৰ অংশত অাছেআছে [[স্কটলেণ্ড]]। অানহাতেআনহাতে [[আয়াৰলেণ্ড]] দ্বীপৰ উত্তৰ-পূব প্ৰান্তত [[উত্তৰ আয়াৰলেণ্ড]] অৱস্থিত। আয়াৰলেণ্ড দ্বীপ ব্ৰিটিছ দ্বীপপুঞ্জৰ দ্বিতীয় বৃহত্তম দ্বীপ। এই দ্বীপৰ অধিকাংশ তথা দক্ষিণ ভাগ জুৰি অৱস্থিত [[প্ৰজাতন্ত্ৰী আয়াৰলেণ্ড]]। যুক্তৰাজ্যৰ বাকী অংশক [[আটলান্টিক মহাসাগৰ]], [[উত্তৰ সাগৰ]], [[ইংলিছ চেনেল]] অাৰুআৰু আইৰিছ সাগৰে অাৱৰিআৱৰি ৰাখিছে। ইয়াৰোপৰি ব্ৰিটিছ সাম্ৰাজ্যকালৰ সময়ত হস্তগত ১৪টি বহিঃস্থ অঞ্চল এতিয়াও যুক্তৰাজ্যৰ অধীনত অাছে।আছে। গ্ৰেইট ব্ৰিটেন দ্বীপ চেনেল টানেলৰ মাধ্যমেৰে ফ্ৰান্সৰ সৈতেও সংযুক্ত।
 
যুক্তৰাজ্য একন সাংবিধানিক গণতন্ত্ৰ। ৰণী দ্বিতীয় এলিজাবেথ ৰাষ্ট্ৰপ্ৰধান। ইয়াত এখন সংসদীয় গণতন্ত্ৰ ব্যৱস্থা বিদ্যমান হৈ অাছে।আছে। [[লণ্ডন]] যুক্তৰাজ্যৰ ৰাজধানী অাৰুআৰু বৃহত্তম চহৰ; ই ইংলেণ্ডৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত।
 
== ভূগোল ==
ভৌগোলিক আকাৰৰ দিশৰ পৰা যুক্তৰাজ্য এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ। উষ্ণ [[উপসাগৰীয় স্ৰোত]]ৰ প্ৰভাৱৰ ফলত ইয়াৰ জলবায়ু মৃদু অাৰুআৰু আৰ্দ্ৰ। উত্তৰ অংশত যথেষ্ট শীতৰ প্ৰভাৱ পৰে। বছৰৰ অধিকাংশ সময়তে ইয়াৰ আকাশ মেঘাচ্ছন্ন হৈ থাকে বাবে বৃষ্টিপাতৰ পৰিমাণ অধিক। ইয়াৰ দক্ষিণ অাৰুআৰু পূবে আছে বিস্তীৰ্ণ সমভূমি; পশ্চিম অাৰুআৰু উত্তৰে আছে সুউচ্চ পাহাৰ অাৰুআৰু পৰ্বত।
 
আকাৰত সৰু হ'লেও ব্ৰিটেইনৰ জনবসতি ঘন। ইয়াত প্ৰতি বৰ্গকিলোমিটাৰত প্ৰায় ২৫০ লোকে বাস কৰে। ব্ৰিটেইন অৰ্থনৈতিকভাবে অত্যন্ত সমৃদ্ধ, শিল্প অাৰুআৰু বিজ্ঞানত উন্নত, প্ৰযুক্তিত আধুনিক এখন শান্তিপূৰ্ণ ৰাষ্ট্ৰ। ব্ৰিটেইন ইউৰোপৰ ধনী দেশসমূহৰ এখন অাৰুআৰু ইয়াৰ জনসাধাৰণৰ জীৱনযাত্ৰাৰ মান বিশ্বৰ অন্যান্য দেশৰ তুলনাত উন্নত।
 
== তথ্যসংগ্ৰহ ==
104 নং শাৰী:
* [http://www.royal.gov.uk/output/Page1.asp Official website of the British Monarchy]
* [http://www.direct.gov.uk/en/index.htm Official website of the United Kingdom Government]
* [https://www.cia.gov/library/publications/world-leaders-1/world-leaders-u/united-kingdom.html ৰাষ্ট্ৰ প্ৰধান অাৰুআৰু মন্ত্ৰীপৰিষদ সদস্যবৃন্দ]
* [http://webarchive.nationalarchives.gov.uk/20011119164232/http://www.statistics.gov.uk/StatBase/Product.asp?vlnk=5703 Official Yearbook of the United Kingdom] statistics