হবি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Replacing wrong medial combinations
2 নং শাৰী:
ইংৰাজীৰ '''হবি''' (hobby) শব্দেটাক অসমীয়াত চখ বা ৰাপ বোলা হয় যদিও সাধাৰণতে সকলোৱে এই শব্দটো হবি বুলিয়েই ব্যৱহাৰ কৰে।
হবি বা চখ শব্দটোৰ আচলতে কোনো বিশেষ সংজ্ঞা আৰু ইয়াৰ কোনো বিশেষ নীতি- নিয়মো নাই। কাৰোবাৰ [[ফিলাটেলি|ডাক টিকট সংগ্ৰহ]] কৰা, কাৰোবাৰ ফুলনি পতা , কৰোবাৰ আকৌ গান শুনা । সেইদৰে আজৰি পৰত ৰং আৰু ব্ৰাছেৰে ছবি আঁকিও বহুতে আমোদ- আনন্দ পায়, কোনোবাই আকৌ ডায়েৰী লিখিও পৰম তৃপ্তি লাভ কৰে। আজৰি সময় কটোৱাৰ বাবে কাৰোবাৰ পছণ্ড গল্প বা কবিতা লিখা, কাৰোবাৰ আকৌ পছণ্ড নতুন নতুন ঠাই ফুৰা।
ইয়াৰোপৰি কেমেৰা হাতত লৈ প্ৰকৃতি তথা পৃথিৱীৰ বিভিন্ন মনোমোহা দৃশ্যৰাজি অাৰুআৰু মুহূৰ্ত্ত সমূহক কেমেৰাত বন্দি ৰখাটোও বহূ্ুতো ব্যক্তিৰ প্ৰিয় হবি।
 
==তথ্য সংগ্ৰহ==
* {{Cite book|last=বৰুৱা |first=শান্তনু কৌশিক |authorlink=শান্তনু কৌশিক বৰুৱা |coauthors= |title= কোনে কেতিয়া ক'ত কেনেকৈ কি অাৱিষ্কাৰআৱিষ্কাৰ কৰিছিল |year= ২০০০|publisher=জ্যোতি প্ৰকাশন |location= গুৱাহাটী|isbn= }}
{{Reflist}}
 
"https://as.wikipedia.org/wiki/হবি"ৰ পৰা অনা হৈছে