হাংৰি আন্দোলন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Replacing wrong medial combinations
13 নং শাৰী:
 
== হাংৰি পত্ৰিকা ==
প্ৰথমত অবস্হাত হাংৰি আন্দোলন সংগঠিত নাছিল । যাব যেতিয়া মন যায়, য'ৰ - ত'ৰ পৰা ১০০ খন মান হাংৰি বুলেটিন প্ৰকাশ কৰিছিল । বুলেটিনৰ ভাষা আছিল বাংলা, হিন্দি আৰু ইংৰাজী । পাছলৈ আন্দোলন ক্ৰমে সংগঠিত হোৱাত বহুতো প্ৰতিভাশালী ব্যাক্তি তাত চামিল হৈছিল । তীব্ৰ, আমাৰ্জিত, প্ৰথাবিৰোধী ভাষাৰে তেঁওলোকে সমাজ আৰু সংস্কৃতিৰ অবক্ষয়ৰ ছবিখন তুলি ধৰিব বিচাৰিছিল । আভিজাত্যবাদী সাহিত্য আৰু সাহিত্যিকৰ বিৰুদ্ধাচাৰণ কৰিছিল । ব্যক্তিগত জীৱনতো হাংৰিসকল আছিল বোহেমিয়ান । ভাং, চৰস, গাঁজা, এল এস ডি খাই সাহিত্যৰ পৰীক্ষা -নিৰীক্ষা কৰিছিল আৰু আস্হিৰ জীৱন যাপন কৰি তেঁওলোকে মধ্যবিত্ত জীৱনৰ বাবু সংস্কৃতিৰ সুৰ সলাই দিব বিচাৰিছিল । যোবা ষাঠিব দশকটো সমগ্ৰ বিশ্বৰ যুৱ সমাজৰ বিদ্ৰোহৰ যুগ আছিল বুলি ক'ব পাৰি । প্ৰচলিত সমাজ-ব্যৱস্থাৰ বিৰুদ্ধে দেশে দেশে যুবসমাজে প্ৰতিবাদ কৰিছিল । তাৰ প্ৰভাব হাংৰিসকল মাজতো পৰিছিল । হাংৰিসকলে কবিতা অাৰুআৰু সাহিত্যৰ গতানুগতিক ধাৰাটোক প্ৰত্যাহবান জনাই বিভিন্ন উৎকৃষ্ট সাহিত্য সৃষ্টি কৰি পাঠক সমালোচকৰ প্ৰিয়ভাজন হৈছিল ।
 
== বিভিন্ন অঞ্চলত হাংৰি আন্দোলন ==