ৰজাগাঁও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing Rajagaon_image_.jpg, it has been deleted from Commons by Sealle because: Derivative of non-free content -.
Replacing wrong medial combinations
1 নং শাৰী:
[[চিত্|center|thumb]]
 
'''ৰজাগাঁও''' '''(Rajagaon)''' নগাওঁ জিলাৰ দক্ষিণ প্ৰান্তৰ এখনি সৰু ঠাই। যদিওবা সৰু ঠাই ই শিক্ষা দীক্ষাত অাগবঢ়াআগবঢ়া । ইয়াত এখন ছোৱালী হাইস্কুল , এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় , দুখনকৈ ডিগ্ৰী কলেজ (কাজিৰঙা মহাবিদ্যালয় , বৰপানী মহাবিদ্যালয় ) অাছেআছে
 
ৰজাগাঁও , শিঙিমাৰী পঞ্চায়তৰ অন্তৰ্গত । বৃহত্তৰ শিঙিমাৰী এলেকাৰ প্ৰাণকেন্দ্ৰ ৰজাগাওঁ হোৱা হেতুকে ৰজাগাৱত থকা অনুষ্ঠান -প্ৰতিষ্ঠান বোৰৰ নাম শিঙিমাৰী বুলি জনা যায় ; গতিকে প্ৰাথমিক বিদ্যলয় বা মধ্য ইংৰাজী বিদ্যালয় বা উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহক শিঙিমাৰী বুলিহে উল্লেখ কৰে ।
কিন্বদন্তী মতে অতীতত ইয়াত গাৰো সকলৰ ৰজাৰ বাসস্থান অাছিলআছিল । ইয়াৰ সাক্ষী স্বৰূপে এতিয়াও ৰজাপুখুৰী ; গাৰোপাহাৰ ; কমাৰফা গাঁৱৰ ''মেগালিথিক শিলা সমূহ বিৰাজমান ।
 
=== ইতিহাস ===
অানুমানিকআনুমানিক অাধুনিকআধুনিক ৰজাগাঁৱৰ সৃষ্টি ১৮৫৫ খৃষ্টাব্দ । কাষতে বৰপানী চাহবাগিছা । বিভিন্ন পৰিঘটনা হেতু চাহবাগিছাৰ কৰ্মচাৰী সকল বাগানৰ পৰা অাহিআহি এইঠাইত বসতি অাৰম্ভআৰম্ভ কৰে । বাগানৰ কমৰ্চাৰী নিশিকান্ত ৰায় , মহিমল ভূঁঞা অাদিআদি ব্যক্তি সকল অাহিআহি বসবাস কৰিবলৈ অাৰম্ভআৰম্ভ কৰে ।প্ৰাক্ স্বাধীনতা কালত বৰপানী চাহ বাগানৰ অালমতআলমত গঢ়ি উঠা গাঁও কেইখন হ'ল শিঙিমাৰী , ঘাচি বস্তি ( বৰ্তমানৰ উত্তৰ অামেৰীৰআমেৰীৰ কিছু অংশ ) , মাখন বস্তি (অাজিকালিআজিকালি বস্তি বুলি নকয় গাঁও বোলাহয় ) ।
 
<u>শিঙিমাৰী</u>
16 নং শাৰী:
[[চিত্|thumb|center]]
 
ৰজাগাঁৱৰ অক্ষাংশ 26.041341 N , অাৰুআৰু দ্ৰাঘিমাংশ 92.601790 E
 
'''যোগাযোগ''' :
 
ওচৰৰ ট্ৰেন ষ্টেচন [[কামপুৰ]] ( kwm ) । কামপুৰৰ পৰা সন্ধ্যা ৬ বজালৈকে সুন্দৰ যোগাযোগ ব্যৱস্থা অাছেআছে । তাৰ উপৰি জিলা সদৰ [[নগাঁও]] ৰ পৰা বিয়লি ৩ বজালৈকে যাতায়তৰ সুবিধা অাছেআছে
 
'''পৰ্যটন স্থান'''
 
ৰজাগাঁৱৰ ওচৰত [[মাধৱ থান]] , ওচৰৰ টেঙৰালাংছ' ত শ্ৰী শ্ৰী গনেশ থান । ৰজাগাঁৱৰ পৰা ২৫ কি: মি: নিলগত অামট্ৰেংআমট্ৰেং ত জলবিদ্যুৎ প্ৰকল্প এটা অাছেআছে
‌২১ কি: মি: দুৰত কাৱৈমাৰীত প্ৰত্নতত্ব বিভাগে খনন কৰি বহু পুৰণাদিনৰ মূৰ্ত্তি অাবিস্কাৰআবিস্কাৰ কৰে ।
‌ৰজাগাঁৱত থকা বৰপানী চাহ বাগান খনো পৰ্যটকৰ অাকৰ্ষণআকৰ্ষণ বিন্দু ।
[[চিত্ৰ:বৰপানী চাহ বাগান.jpg|center|thumb]]
 
'''অালহীঘৰআলহীঘৰ'''
 
ৰজাগাঁও সৰু ঠাই স্থানীয় ভাবে যদিওবা ইয়াত কোনো ধৰনৰ গেষ্ট হাউচ নাই ওচৰৰ বৈঠালাংছ' অাৰুআৰু কামপুৰত PWD অাৰুআৰু অামট্ৰেংআমট্ৰেং ৰ লঙৰেত ASEB ৰ গেষ্ট হাউচ অাছেআছে
চিকিৎসা প্ৰদানৰ বাৱে একমাত্ৰ শিঙিমাৰী ৰাজ্যিক চিকিৎসালয় এখন অাছেআছে
 
=== প্ৰধান উৎসৱ ===
"https://as.wikipedia.org/wiki/ৰজাগাঁও"ৰ পৰা অনা হৈছে