ৰঞ্জি ট্ৰফী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Replacing wrong medial combinations
9 নং শাৰী:
| first = ১৯৩৪
| last =
| tournament format = [[ৰাউণ্ড ৰবীন]] তাৰ পিছত [[নকঅাউটনকআউট]]
| participants = ২৮
| champions = [[গুজৰাট ক্ৰিকেট দল|গুজৰাট]] (১)
19 নং শাৰী:
}}
 
'''ৰঞ্জি ট্ৰফি''' [[ভাৰত]]ৰ এক ঘৰুৱা প্ৰথম শ্ৰেণীৰ [[ক্ৰিকেট]] প্ৰতিযোগিতা। বিভিন্ন ৰাজ্য, অঞ্চল, চহৰ অাৰুআৰু সংস্থাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। [[ইংলেণ্ড]]ৰ [[কাউন্টি চেম্পিয়নশ্বিপ]] বা [[অষ্ট্ৰেলিয়া]]ৰ [[শ্বেফিল্ড শ্বিল্ড]]ৰ সমকক্ষ এই প্ৰতিযোগিতাটিৰ নামাকৰণ হৈছে [[নৱানগৰ]]ৰ [[জাম চাহিব]] [[শ্ৰী ৰঞ্জিতসিংজি]]ৰ নামেৰে, যি ''ৰনজি'' নামে পৰিচিত অাছিল।আছিল। প্ৰতিযোগিতাটিত বৰ্তমান ২৮ টা দলে অংশ গ্ৰহণ কৰে।
==ইতিহাস==
প্ৰতিযোগিতাখন প্ৰথম অনুষ্ঠিত হৈছিল ১৯৩৪ চনত ''দ্য ক্ৰিকেট চেম্পিয়নশ্বিপ অব ইণ্ডিয়া'' নামেৰে। ৰঞ্জি ট্ৰফীৰ ইতিহাসৰ প্ৰথম মেচ খন ১৯৩৪ চনৰ ৪ নৱেম্বৰত মাদ্ৰাজ অাৰুআৰু মাইচুৰৰ মাজত চীপকত অনুষ্ঠিত হৈছিল।<ref>[http://cricketarchive.com/Archive/Scorecards/15/15236.html Madras v Mysore]</ref>প্ৰতিযোগিতাখনৰ প্ৰথম চেম্পিয়ন হৈছিল বোম্বাই যিয়ে চূ্ড়ান্ত মেচ খনত উত্তৰ ভাৰতক পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ সৰ্বাধিক সফল দলো মুম্বাই (পূৰ্বৰ বোম্বাই)। মুম্বাইয়ে বৰ্তমানলৈকে ৪১ বাৰ খিতাপ দখল কৰিছে।
 
[[File:Ranjitsinh.jpeg|thumb|right|ৰঞ্জিতসিংজি]]