ৰিম্পী দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Replacing wrong medial combinations
10 নং শাৰী:
| yearsactive = ২০০৪–বৰ্তমান
}}
'''ৰিম্পী দাস''' [[অসমীয়া চলচ্চিত্ৰ]] জগতৰ এগৰাকী অভিনেত্ৰী। তেওঁ ভাৰতীয় হিন্দী টেলিভিছন জগতৰ ধাৰবাহিকত বৰ্তমান যথেষ্ট ব্যষ্ট হৈ অাছে।আছে। তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলাই ২০০৪ চনত অশোক কুমাৰ বিষয়াৰ পৰিচালিত ''মনত বিৰিণাৰ জুই''ৰ জৰিয়তে। তেওঁ বহু কেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে যাৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ''[[অজেয়]]'' অাৰুআৰু ''[[মন যায়]]'' ও অাছে।আছে। ইয়াৰোপৰি তেওঁ জনপ্ৰিয় অসমীয়া ভি.চি.ডি. ছবি ''উৰণীয়া মন'', ''ফাগুণী'', ''জোনাকী মন'' অাদিতোআদিতো অভিনয় কৰিছে।
 
২০১০ চনত ৰিম্পী দাসে [[কহিনুৰ থিয়েটাৰ]]ৰ জৰিয়তে অসমৰ [[ভ্ৰাম্যমাণ থিয়েটাৰ]] জগতত প্ৰৱেশ কৰে। তেওঁৰ হিন্দী টেলিভিছনৰ প্ৰথম ধাৰবাহিক হৈছে বিগ মেজিকৰ জনপ্ৰিয় ধাৰবাহিক ''অাকবৰআকবৰ বীৰবল'', য'ত তেখেতে অানাৰকলিৰআনাৰকলিৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল অাৰুআৰু তেওঁৰ সহ শিল্পী সকল অাছিলআছিল কিকু শাৰ্দা, বিশাল কটিয়ান অাৰুআৰু ডিলনাজ ইৰাণী। ইয়াৰোপৰি তেওঁ সেই চেনেলৰে ''হাজিৰ জাৱাব বীৰবল'' ধাৰবাহিকখনত নুৰ জাহানৰ মুখ্য চৰিত্ৰ ৰূপায়ণ কৰে সহ শিল্পী সৌৰভ ৰাজ জৈন, গৌৰব খান্না, অাশীষআশীষ শৰ্মা অাৰুআৰু মাদিৰাক্ষী মুণ্ডলেৰ সৈতে।
 
তেওঁ [[ষ্টাৰ প্লাছ]]ৰ জনপ্ৰিয় ধাৰবাহিক ''চিয়া কে ৰাম''ত পাৰ্বতীৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰে।<ref>{{citenews|url=https://www.onenov.in/listings/rimpi_das_indian_film_television_actress|title=Rimpi Das Indian film television actress |accessdate=6 July 2017}}</ref><ref>{{citenews|url=http://www.veethi.com/india-people/rimpi_das-profile-7588-14.htm|title=Rimpi Das Biography |accessdate=6 July 2017}}</ref><ref>{{citenews|url=http://www.magicalassam.com/2016/01/rimpi-das-siya-ke-ram-star-plus-parvati.html|title=Rimpi Das in Siya Ke Ram of Star Plus|accessdate=20 July 2017}}</ref> বৰ্তমান তেওঁ [[কালাৰ্ছ]] ৰ ধাৰবাহিক, ''[[মহাকালি– অন্থ হি অাৰম্ভআৰম্ভ হে]]''ত দেৱী গংগাৰ চৰিত্ৰটি ৰূপায়ণ কৰি অাছে।আছে।
 
==চলচ্চিত্ৰপঞ্জী==
29 নং শাৰী:
| ২০০৬ || ''[[অধিনায়ক]]'' || [[যতীন বৰা]] ||
|-
| ২০০৬ || ''অামিআমি অসমীয়া'' || ৰাজীৱ ভট্টাচাৰ্য্য ||
|-
| ২০০৮ || ''[[মন যায়]]'' || এম মনিৰাম ||
|-
| ২০১০ || ''অচিন চিনাকী'' || মুন্না অাহমেদআহমেদ ||
|-
| ২০১১ || ''[[পলে পলে উৰে মন]]'' || তিমথী দাস হাঞ্চে ||
49 নং শাৰী:
! চন !! ধাৰবাহিক !! চৰিত্ৰ !! প্ৰচাৰিত চেনেল
|-
| ২০১৫ || ''[[অাকবৰআকবৰ বীৰবল]]'' || অানাৰকলিআনাৰকলি || [[বিগ মেজিক]]
|-
| ২০১৫ || ''[[হাজিৰ জাৱাব বীৰবল]]'' || নুৰ জাহান || বিগ মেজিক
55 নং শাৰী:
| ২০১৫ || ''[[চিয়া কে ৰাম]]'' || পাৰ্বতী || [[ষ্টাৰ প্লাছ]]
|-
| ২০১৭ || ''[[মহাকালি– অন্থ হি অাৰম্ভআৰম্ভ হে]]'' || দেৱী গংগা || [[কালাৰ্ছ]]
|}