ৰেথ অফ দ্য টাইটানছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Replacing wrong medial combinations
20 নং শাৰী:
| released = ২৮ মাৰ্চ ২০১২<ref>{{cite web|url=http://www.allocine.fr/film/fichefilm_gen_cfilm=181289.html?nopub=1 |title=La colère des Titans - released|publisher=AlloCiné|accessdate=June 13, 2012}}</ref>
| runtime = ৯৯ মিনিট
| country = [[অামেৰিকাআমেৰিকা যুক্তৰাষ্ট্ৰ]]<br/>স্পেইন<ref>{{cite web|url=http://www.screendaily.com/reviews/the-latest/wrath-of-the-titans/5039858.article|work=Screen Daily|title=Wrath of the Titans|accessdate=December 21, 2012|author=Simon, Brent|date=March 28, 2012}}{{Subscription required}}</ref>
<ref>{{cite web|url=http://www.allmovie.com/movie/wrath-of-the-titans-v524599|work=Allmovie|title=Wrath of the Titans|accessdate=December 21, 2012|author=Buchanan, Jason}}</ref>
| language = [[ইংৰাজী ভাষা|ইংৰাজী]]
29 নং শাৰী:
'''''ৰেথ অফ দ্য টাইটানছ''''' ২০১২ চনৰ এখন আমেৰিকান-স্পেনিছ ফেন্টাছী চলচ্চিত্ৰ আৰু ই ২০১০ চনৰ চলচ্চিত্ৰ [[ক্লেশ্ব অফ দ্য টাইটানছ (২০১০ চলচ্চিত্ৰ)|ক্লেশ্ব অফ দ্য টাইটানছ]]ৰ ছিকুৱেল। ছবিখনত ছেম ৱৰ্ডিংটন, ৰজেমাণ্ড পাইক, বিল নায়ি, এডগাৰ ৰেমিৰেজ, টবি কেবেল, ডেনৈ হাষ্টন, ৰালফ ফিয়েনছ আৰু লায়াম নিছনে তাৰকা হিচাপে অভিনয় কৰিছে। ডেন মেজিউ আৰু ডেভিদ লেছলি জনছনে চিত্ৰনাট্য ৰচনা কৰা ছবিখন পৰিচালনা কৰিছে জনাথন লায়েবেছমেনে। ৰেথ অফ দ্য টাইটানছৰ কাহিনীভাগ প্ৰথমখন ছবিৰ ঘটনাৱলীৰ এটা দশকৰ পিছত সংঘটিত হৈছে য'ত দেৱতাসকলে আৱদ্ধ কৰি ৰখা টাইটানসকলৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় আৰু পিতৃ [[জিউচ]]ক ৰক্ষা কৰাৰ লগতে টাইটানসকলক পৰাভূত কৰি মানৱ জাতিক ৰক্ষা কৰিবলৈ পাৰ্ছিয়াছক আহ্বান কৰা হয়।
 
২০১০ চনৰ মাৰ্চত ক্লেশ্ব অফ দ্য টাইটানছৰ মুক্তিৰ লগে লগে এখন ছিকুৱেল সম্পৰ্কে কথা-বতৰা আৰম্ভ হয়। ২০১০ চনৰ জুনত ডেন মেজিউ আৰু ডেভিদ লেছলি জনছনক মাতি অনা হয় আৰু আগষ্টত পৰিচালক জনাথন লায়বেছমেনক সমিতিলৈ অনা হয়। ২০১১ চনৰ মাৰ্চত লণ্ডনত ছবিখনৰ মুখ্য আলোকচিত্ৰগ্ৰহণ আৰম্ভ হয়। ২০১২ চনৰ ৩০ মাৰ্চত ছবিখনে দ্বিবিমীয় আৰু ত্ৰিবিমীয় ৰূপত [[অামেৰিকাআমেৰিকা যুক্তৰাষ্ট্ৰ]]ত মুক্তিলাভ কৰে। সাধাৰণভাৱে সমালোচকৰ নেতিবাচক সঁহাৰি পালেও ছবিখনে বিশ্বজুৰি মুঠ $৩০২ উপাৰ্জন কৰে।
 
==কাহিনীভাগ==