ভূমিকম্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
[[File:Quake epicenters 1963-98.png|thumb|300px|বিশ্বৰ ভূমিকম্পৰ উপকেন্দ্ৰ (epicenter) সমূহ,১৯৬৩-১৯৯৮]]
[[File:Global plate motion 2008-04-17.jpg|thumb|300px|বিশ্বৰ টেক্ট'নিক প্লেটসমূহৰ চলন]]
'''ভূমিকম্প''' বা '''ভূঁইকঁপ''' ({{lang-en|Earthquake}}) হৈছে [[পৃথিৱী]]ৰ ভূগৰ্ভত কেতিয়াবা হঠাতে কোনো অদৃশ্য কাৰণত সৃষ্টি হোৱা জোকাৰণি৷ ভূগৰ্ভৰ শিলাস্তৰ সমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষনীয় (Gravitional) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে৷ ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু হয় আৰু কেতিয়াবা তীব্ৰ হয়৷ কেতিয়াবা ই ইমান তীব্ৰ হয় যে মানুহৰ ঘৰ-দুৱাৰ ভাগি পৰে,ভূ-পৃষ্টত গভীৰ ফাট মেলে,কোনো দ ঠাই ওপৰলৈ উঠি আহে আৰু কোনো বাম ঠাই তললৈ বহি যায়৷ ভূমিকম্পৰ উৎস হৈছে [[পৃথিৱী]]ৰ অভ্যন্তৰত৷ [[পৃথিৱী]]ৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ কেন্দ্ৰ (Focus) বোলা হয়৷ কেন্দ্ৰটো ভূ-পৃষ্টৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে৷ কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্টৰ ঠাইখনক উপকেন্দ্ৰ (Epicentre) বোলে৷ ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখ (Seismograph) যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে৷<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷</ref>
 
 
==তিনি প্ৰকাৰৰ তৰংগ==
"https://as.wikipedia.org/wiki/ভূমিকম্প"ৰ পৰা অনা হৈছে