তিতা কেৰেলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
20 নং শাৰী:
==ঔষধি গুণ{{medical citation needed}}==
এইবিধ খাদ্য বহুতো ঔষধি গুণেৰে সমৃদ্ধ হৈ আছে। ছিডিনীস্থিত এন. এফ. পি. গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক ডাঃ ডাইন’কিটিংগে তিতা কেৰেলাৰ বিষয়ে অধ্যয়ন কৰি এই মতামত দাঙি ধৰে। তেওঁৰ মতে যিসকল লোক বদহজমত আক্ৰান্ত সেইসকলৰ কাৰণে তিতাকেৰেলাক মহৌষধ স্বৰূপ। দ্বিতীয়তে নিয়মিত তিতাকেৰেলা খালে [[মেলেৰীয়া]] ৰোগে সহজে আক্ৰান্ত কৰিব নোৱাৰে। বেছিকৈ তিতা কেৰেলা খোৱাজনৰ [[এইডছ]], [[কৰ্কট ৰোগ]] আদিয়েও সহজে হ’ব নোৱাৰে। তৃতীয়তে প’টেছিয়াম, আইৰণ, বিটা, কেৰ’টিন, কেলছিয়ামাৰ উপৰি ভিটামিন বি-১, বি-২, বি-৩, চিৰে আদিৰে তিতাকেৰলা সমৃদ্ধ হৈ থাকে। ইয়াৰ ফলত এই খাদ্য সেৱনৰ ফলত ই মানুহক কু-পোষণৰ আঁতৰাই ৰখাত সহায় কৰে। চতুৰ্থতে— ই ৰক্ত শৰ্কৰাক নিয়ন্ত্ৰণত ৰাখে। [[মধুমেহ]] ৰোগীৰ বাবে ই মহৌষধৰ কাম কৰে। তদুপৰি ছালত হোৱা দুৰাৰোগ্য ৰোগ যেনে ছ’ৰাইছিছত আক্ৰান্তসকলৰ কাৰণেও তিতাকেৰেলা অতি লাভদায়ক। গাত খজুৱতি হ’লে ইয়াক সিজাই গা ধুৱাৰ লগতে খালেও বহুখিন উপশম পোৱা যায়। কিন্ত পেটত আলচাৰ হোৱা ৰোগীসকলে তিতাকেৰেলা অধিক সেৱনৰপৰা বিৰত থাকিব লাগে।
[[File:Bitter gourd (করলাকৰলা ).JPG|thumb|left|Bitter gourd (করলাকৰলা ), Kolkata, West Bengal, India]]
 
==তথ্য সংগ্ৰহ==