বগীবিল দলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Infobox image updated
65 নং শাৰী:
 
==দলঙৰ নাম বিতৰ্ক==
বৰ্ত মানবৰ্তমান দলংখনৰ নাম 'বগীবিল দলং' বুলিয়েই পৰিচিত যদিও এই দলংখনৰ নামকলৈ বিভিন্ন বিতৰ্কৰো সৃষ্টি হৈছে৷ [[অসম]]ৰ বহুকেইটা জনগোষ্ঠীয়ে তেওঁলোকৰ স্মৃতিবিজৰিত উপৰিপুৰুষৰ নামেৰে দলংখনৰ নামকৰণ কৰিবলৈ দাবী জনাইছে৷ এই ক্ষেত্ৰত [[চুতীয়া]]সকলে বীৰাংগনা নাৰী [[সতী সাধনী]]ৰ স্মৃতিত 'সতী সাধনী সেতু', [[আহোম]]সকলে [[চাওলুং ছুকাফা]]ৰ স্মৃতিত 'ছুকাফা সেতু', [[মিচিং]] জনগোষ্ঠীয়ে 'ছহিদ [[কমলা মিৰি]] সেতু' বা '[[মিৰি জিয়ৰী]] সেতু', [[দেউৰী]]সকলে '[[ভীমবৰ দেউৰী]] সেতু', [[সোণোৱাল কছাৰী]]সকলে 'সলালী সেতু]', [[মুছলমান]]সকলে 'আজান পীৰ সেতু', আদি অনেক নামেৰে নামকৰণ কৰাৰ দাবী তুলিছে৷ আনহাতে নিৰপেক্ষভাৱে বহুতে 'শংকৰ-মাধৱ সেতু', 'কুলাজান-বগীবিল সেতু', 'বৰলুইত সেতু' আদি নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ কৰিছে৷<ref>[http://ajirdainikbatori.com/magazine.htm] ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২</ref>
 
 
==তথ্যসূত্ৰ==