ফেইচবুক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ফেচবুকৰ পৰা ফেইচবুকলৈ SlowPhotonয়ে স্থানান্তৰ কৰিলে: The official name in Assamese UI of the website is ফেইচবুক [https://as-in.facebook.com/]
ফেচবুক -> ফেইচবুক , see https://as-in.facebook.com/
1 নং শাৰী:
{{পোখালি}}
{{Infobox dot-com company
| company_name = ফেচবুকফেইচবুক, ইনকৰ্পৰেটেড
| company_logo = [[File:Facebook.svg|215px]]
| company_type = ব্যক্তিগত (planning [[:en:Initial public offering|IPO]])
28 নং শাৰী:
| url = [http://www.facebook.com www.facebook.com]
| ipv6 = [http://www.v6.facebook.com/ www.v6.facebook.com]
| alexa = {{steady}} ২ ({{as of|2011|11|2|alt=নবেম্বৰ ২০১১}})<ref name="alexa">{{cite web|url= http://www.alexa.com/siteinfo/facebook.com |title= Facebook.com Site Info | publisher= [[Alexa Internet]] |accessdate= 2011-11-02 }}</ref><!--Updated monthly by OKBot.-->
| website_type = [[চচিয়েল নেটৱৰ্কিং|চচিয়েল নেটৱৰ্কিং সেৱা]]
| advertising = Banner ads, referral marketing, casual games
37 নং শাৰী:
| current_status = সক্ৰিয়
| screenshot = [[File:Facebook log in Dec2011.png|center|200px]]
| caption = ফেচবুকৰফেইচবুকৰ বৰ্তমান লগ-ইন স্ক্ৰীনৰ চিত্ৰ
}}
'''ফেচবুকফেইচবুক''' ({{lang-en|[[:en:Facebook|Facebook]]}}) এক [[চচিয়েল নেটৱৰ্কিং]] সেৱা আৰু [[ৱেবচাইট]]। ইয়াক ''[[ফেচবুকফেইচবুক ইনকৰ্পৰেটেড]]''<ref name="Growth">{{Cite news |accessdate =December 19, 2008 |url=http://venturebeat.com/2008/12/18/2008-growth-puts-facebook-in-better-position-to-make-money/ |title=2008 Growth Puts Facebook In Better Position to Make Money |work=VentureBeat |location =San Francisco |date=December 18, 2008 |author=Eldon, Eric}}</ref> নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত [[ইন্টাৰনেট]]ৰ জৰিয়তে প্ৰচলন কৰিছিল। জুলাই ২০১৩ৰ তথ্য অনুসৰি ১.১৫ বিলিয়নৰো (১১৫ কোটি) অধিক ব্যৱহাৰকাৰীয়ে সক্ৰিয়ভাবে ফেচবুকফেইচবুক ব্যৱহাৰ কৰেকৰে।<ref name="latimesblogs.latimes.com">{{Cite news|url=http://latimesblogs.latimes.com/technology/2011/09/facebook-f8-media-features.html | work=[[LA Times]] | title=Facebook F8: Redesigning and hitting 800 million users | date=September 22, 2011 | accessdate= September 24, 2011}}</ref> ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউন্ট খুলি ল'ব লাগে। সদস্য সকলে ইয়াত নিজৰ "প্ৰফাইল"ত নিজৰ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, চাকৰি বা পেচা আদি (ঐচ্ছিকভাবে) প্ৰকাশ কৰাৰ উপৰিও 'ন'টচ' (ফেচবুকৰফেইচবুকৰ সীমিত সুবিধা থকা ব্যক্তিগত 'ব্লগ'), তড়িৎ যোগাযোগ বা "মেচেজিং", যুটীয়াভাবে ব্যৱহাৰ কৰিব পৰা আলোচনা সমাজ বা ফেচবুকফেইচবুক গ্ৰুপ, ফটো প্ৰকাশ বা ষ্ট'ৰ কৰিব পৰা আদি বিভিন্ন (বিনামূলীয়া) সেৱা লাভ কৰে। শেহতিয়াকৈ ইয়াত 'ফেচবুকফেইচবুক পেজ' বুলি গ্ৰুপৰ নিচিনাই সা-সুবিধা থকা বিনামূলীয়া ৱেবচাইট সেৱা, প্ৰগ্ৰেমাৰ সকলে প্ৰগ্ৰেমিঙৰ সহায়ত ইয়াৰ সেৱাসমূহ যেনে লগ-ইন, 'টিকাৰ', 'ৱাল' আদি সুবিধাক ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ 'গ্ৰাফ' 'এ পি আই' (API = Application Programming Interface) আদি সংযোগ কৰা হৈছে। [[আমেৰিকা]]ৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ'বলৈ 'ফেচবুকফেইচবুক' বুলি এটা নিজা ইণ্টাৰনেট "ডাইৰেক্টৰী চাৰ্ভিছ" (ৱেবচাইট) ব্যৱহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ পৰাই ফেচবুকফেইচবুক নামটো লোৱা হৈছেহৈছে।<ref>{{cite web|url=https://www.facebook.com/help/parents|title=Information For Parents and Educators|accessdate=2011-11-22}}</ref>
 
ফেচবুকৰফেইচবুকৰ স্থাপন কৰ্তা হৈছে [[মাৰ্ক জুকাৰবাৰ্গ]] আৰু তেওঁৰ সহপাঠী [[এডুৱাৰ্ড’ চাভেৰিন]], [[ডাষ্টিন মস্কভাইট]] আৰু [[ক্ৰিছ হিউজেছ]]<ref>{{Cite news|url=http://www.businessinsider.com/how-facebook-was-founded-2010-3#we-can-talk-about-that-after-i-get-all-the-basic-functionality-up-tomorrow-night-1|title=At Last&nbsp;– The Full Story Of How Facebook Was Founded |work=Business Insider |first=Nicholas |last=Carlson |date=March 5, 2010}}</ref>
 
<!--
50 নং শাৰী:
 
==ইতিহাস==
[[File:MarkZuckerberg.jpg|thumb|upright|none|ফেচবুকৰফেইচবুকৰ আৰম্ভণিৰ সময়ত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ তেঁওৰ কোঠাত সহ-প্ৰতিষ্ঠাপক [[মাৰ্ক যুকাৰবাৰ্গজুকাৰবাৰ্গ]]]]
 
 
"https://as.wikipedia.org/wiki/ফেইচবুক"ৰ পৰা অনা হৈছে