গুড ফ্ৰাইডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox holiday |holiday_name = গুড ফ্ৰাইডে<br>Good Friday |image = Wüger Kreuzigung.jpg |caption = স্তৱত বৰ্ণনা, ১...
 
18 নং শাৰী:
গুড ফ্ৰাইডেৰ দিন প্ৰতি বছৰে সলনি হয়। পূব আৰু পশ্চিম খ্ৰীষ্টান ধৰ্মত ইষ্টাৰ আৰু গুড ফ্ৰাইডে উদযাপনৰৰ দিনৰ পাৰ্থক্য আছে। গুড ফ্ৰাইডে পৃথিৱীৰ বিভিন্ন দেশত ৰাষ্ট্ৰীয় ছুটীৰ দিন।<ref>{{cite book|title=Harper's New Monthly Magazine, Volume 36, Issue 214|year=1868|publisher=Harper & Brothers|page=521|quote=In England Good-Friday and Christmas are the only close holidays of the year, when the shops are all closed and the churches opened.}}</ref> কিছুমান দেশত যেনে [[জাৰ্মানী]]ত গুড ফ্ৰাইডে উদযাপন কৰাত কিছুমান নিষেধাজ্ঞা আছে। উৎসৱৰ গাম্ভীৰ্যতাৰ বাবে এইদিনা নৃত্য কৰা আৰু ঘোঁৰা দৌৰ অনুষ্ঠিত কৰা নিষেধ। [[ভাৰত]]ত গুড ফ্ৰাইডে ৰাষ্ট্ৰীয় ছুটিৰ দিন।<ref name="Petre">{{cite web|url=http://www.telegraph.co.uk/news/uknews/1582366/Good-Friday-gambling-angers-churches.html|title=Good Friday gambling angers churches|last=Petre|first=Jonathan|date=March 21, 2008|publisher=The Telegraph|quote=Bookmakers estimate that thousands of shops will be operating, even though Good Friday is one of three days in the year when no horse racing takes place.}}</ref><ref name="Stevens">{{cite web|url=https://www.wsj.com/news/articles/SB10001424127887324685104578387084082724670|title=In Germany, Some Want to Boogie Every Day of the Year|last=Stevens|first=Laura|date=March 29, 2013|publisher=The Wall Street Journal|quote=Every year on Good Friday, Germany becomes a little like the fictional town in the movie 'Footloose' – dancing is verboten. The decades old 'Tanzverbot,' or dance ban, applies to all clubs, discos and other forms of organized dancing in all German states.}}</ref>
==নামৰ উৎপত্তি==
গুড ফ্ৰাইডে নামৰ নামৰ গুড শব্দটো 'গড'(God)ৰ অপভ্ৰংশ বুলি কোৱা হয়। খ্ৰীষ্টান ধৰ্মৰ মতে গড হৈছে ঈশ্বৰ। বৰ্তমান এই গুড শব্দয়ে 'পৱিত্ৰ' অৰ্থত ব্যৱহাৰ হৈছে। সেয়ে গুড ফ্ৰাইডেক পৱিত্ৰ শুক্ৰবাৰ বুলিও কোৱা হয়।<ref>{{cite web|url=http://www.yourdictionary.com/good-friday |title=Good Friday - Definition of Good Friday |publisher=Yourdictionary.com |date=2014-04-04 |accessdate=2014-04-23}}</ref> সেইদৰে অক্সফোৰ্ড অভিধানৰ মতে গুড শব্দটো পৱিত্ৰ সপ্তাহৰ দিনবোৰৰ আগত ব্যৱহাৰ কৰা হয় বুলি কোৱা হৈছে।<ref>{{cite web|url=http://www.oed.com/view/Entry/79925#eid2855682 |title=Home : Oxford English Dictionary |publisher=Oed.com |date= |accessdate=2014-04-23}}</ref>
==বাইবেলত উল্লেখ==
 
==তথ্য উৎস==
{{reflist}}