প্ৰাকৃতিক দুৰ্যোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

প্ৰাকৃতিক দুৰ্যোগ নতুন পৃষ্ঠা সৃষ্টি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
1 নং শাৰী:
'''প্ৰাকৃতিক দুৰ্যোগ''' ([[:en:Natural Disaster|Natural Disaster]]) হ'ল একপ্ৰকাৰৰ প্ৰাকৃতিক ঘটনা, য'ত মানুহৰ আৰ্থ-সামাজিক ক্ষতি হয়; যদিও সেয়া স্বাভাৱিক প্ৰাকৃতিক ঘটনা হিচাপেই বিবেচিত, কিন্তু বহুত ক্ষেত্ৰত মানুহৰ কাম-কৰ্মৰ প্ৰভাৱে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হোৱাত এই ধৰণৰ ঘটনা ঘটি থাকে। সাধাৰণ ভাষ্যত, প্ৰাকৃতিক দুৰ্যোগ হ'ল স্বাভাৱিক প্ৰাকৃতিক নিয়মৰ ব্যতিক্ৰম।
 
[[শ্ৰেণী:প্ৰাকৃতিক দুৰ্যোগ|*]]