ইস্তিগফাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎তথ্যসূত্ৰ: শ্ৰেণী add
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
র -> ৰ
1 নং শাৰী:
'''ইস্তিগফাৰ (ইংৰাজী: Istighfar; আৰবী: استغفار‎ istiġfār)। ইয়াৰ উপৰিও আস্তাগফিৰুল্লাহ ব্যৱহাৰ কৰা হয়- (ইংৰাজী: Astaghfirullah; আৰবী: أستغفر الله‎ ʾastaġfiru l-lāh)'''
 
'''ইয়াৰ অৰ্থ হ'ল আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা।''' মুছলিমসকলে বিশ্বাস কৰে যে, আল্লাহ হ'ল ‘গাফিৰ’ (ক্ষমাকাৰী), ‘গফুৰ’ (ক্ষমাশীল), ‘গফফাৰ’ (সর্বাধিকসৰ্বাধিক ক্ষমাকাৰী)। ইস্তিগফাৰ এটা স্বতন্ত্রস্বতন্ত্ৰ [[ইবাদত]]; কোনো গুনাহ বা পাপ ক্ষমা কৰাৰ বাবে এই ইবাদত কৰা নহয়। যেনেকৈঃ [[ছালাত|নামাজ]], [[ছিয়াম|ৰোজা]], [[হজ্জ]] ইত্যাদি ইবাদতৰ দ্বাৰা পাপ মাফ হয়; কিন্তু এইবোৰ ইবাদত কৰাৰ বাবে পাপ কৰা চৰ্ত নহয়। তওবা আৰু ইস্তিগফাৰ [[আল্লাহ]] তাআলাৰ অতি পচন্দৰ ইবাদত। সেয়েহেই [[নবী]] [[মুহাম্মাদ]] (ছাঃ) প্রতিদিনেপ্ৰতিদিনে ৭০ ৰ পৰা ১০০ বাৰ তওবা আৰু ইস্তিগফাৰ কৰিছিল বুলি মুছলিমসকলৰ শাস্ত্ৰত আছে। অনুৰূপ [[ঈমান]]ৰ পাছত নামাজ প্রধানপ্ৰধান আৰু সৰ্বশ্ৰেষ্ঠ [[ইবাদত]] হোৱাৰ স্বত্তেও এই নামাজ আদায়ৰ পিছত তিনিবাৰ ইস্তিগফাৰ পাঠ কৰা [[চুন্নত]]। অৰ্থাৎ ইস্তিগফাৰ মাথো পাপৰ পাছতেই নহয়, ইবাদতৰ পাছতো কৰা হয়। যেনেকৈঃ [[হজ্জ]]ৰ পাছত ইস্তিগফাৰ কৰা বিষয়ে [[কোৰআন]]ত উল্লেখ আছে, ''‘(হজ্জৰ শেষত) তাৰপাছত তোমালোকে ওলাই পৰা, যেনেকৈ মানুহবোৰে গুচি গৈছে আৰু আল্লাহৰ ওচৰত ক্ষমা বিচৰা। নিশ্চয় আল্লাহ তাআলা ক্ষমাশীল, পৰম দয়ালু।’'' <ref> ছূৰা-২ বাকাৰা, আয়াত: ১৯৯)।</ref>
 
==ইস্তেগফাৰ আৰু তওবাৰ পাৰ্থক্য==
"https://as.wikipedia.org/wiki/ইস্তিগফাৰ"ৰ পৰা অনা হৈছে