পোহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing The_sun1.jpg, it has been deleted from Commons by Jcb because: Missing permission as of 11 February 2017 - Using VisualFileChange..
No edit summary
1 নং শাৰী:
[[File:Light dispersion conceptual waves.gif|thumb|266x266px|এটা ত্ৰিভুজাকাৰ প্ৰিজমে বগা পোহৰক বিচ্ছুৰণ কৰা দৃশ্য। দীঘল তৰংগদৈৰ্ঘ্য (ৰঙা) আৰু চুটি তৰংগদৈৰ্ঘ্য (নীলা) পৃথক হৈ পৰিছে।]]
[[চিত্|thumb|250px|[[সূৰ্য]] [[পৃথিৱী]]ৰ প্ৰধান পোহৰৰ উৎস]]
মানুহৰ [[চকু]]ৰ বাবে সংবেদনশীল [[বিদ্যুত চুম্বকীয় বৰ্ণালী]]ৰ দৃশ্যমান অংশক '''পোহৰ''' বা '''দৃশ্যমান পোহৰ''' বা '''আলোক''' হৈছে মানুহৰ [[চকু]]ৰ বাবে সংবেদনশীল [[বিদ্যুত চুম্বকীয় বৰ্ণালী]]ৰ দৃশ্যমান অংশ।বোলা হয়।<ref>[[International Commission on Illumination|CIE]] (1987). [http://www.cie.co.at/publ/abst/17-4-89.html ''International Lighting Vocabulary'']. Number 17.4. CIE, 4th edition. ISBN 978-3-900734-07-7.<br />By the ''International Lighting Vocabulary'', the definition of ''light'' is: “Any radiation capable of causing a visual sensation directly.”</ref>দৃশ্যমান পোহৰৰ [[তৰংগদৈৰ্ঘ্য]]ৰ পৰিসৰ হৈছে- প্ৰায় ৩৮০ বা ৪০০ [[নেন'মিটাৰ]]ৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ [[নেন'মিটাৰ]] আৰু [[কম্পনাংক]]ৰ পৰিসৰ হৈছে- প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত। [[পদাৰ্থবিজ্ঞান]]ৰ সংজ্ঞাত পোহৰ শব্দটোৰ দ্বাৰা মানুহৰ চকুৰ বাবে অদৃশ্য [[অৱলোহিত]] (নিম্ন কম্পনাংক) আৰু [[অতি বেঙুনীয়া]] (উচ্চ কম্পনাংক) অঞ্চলৰ নিকটৱৰ্তী বিকিৰণক সামৰি লোৱা হয়।<ref>{{Citation | title = Camera lenses: from box camera to digital | author = Gregory Hallock Smith | publisher = SPIE Press | year = 2006 | isbn = 9780819460936 | page = 4 | url = http://books.google.com/?id=6mb0C0cFCEYC&pg=PA4 }}</ref><ref>{{Citation | title = Comprehensive Physics XII | author = Narinder Kumar | publisher = Laxmi Publications | year = 2008 | isbn = 9788170085928 | page = 1416 | url = http://books.google.com/?id=IryMtwHHngIC&pg=PA1416#v=onepage&q= }}</ref>
 
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে- তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূণ্যত ইয়াৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। [[বিশেষ আপেক্ষিকতাবাদ]]ৰ সূত্ৰ অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্ৰয়োজনীয় ধ্ৰুবক আৰু সাধাৰণতে ইয়াক ইংৰাজী "c" আখৰেৰে সূচিত কৰা হয়।
"https://as.wikipedia.org/wiki/পোহৰ"ৰ পৰা অনা হৈছে