৫ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
'''৫ মে'''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ১২৫ তম ([[অধিবৰ্ষ]]ত ১২৬ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ২৪০ টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম ==
# ১৮১৮ চনৰ আজিৰ দিনটোত জাৰ্মান অৰ্থনীতিবিদ, দাৰ্শনিক তথা সমাজবাদী আন্দোলনৰ অন্যতম হোতা [[কাৰ্ল মাৰ্ক্স]]ৰ জন্ম হয় ৷
# ১৮৯৫ চনৰ এই দিনটোতে সমাজসেৱক তথা সাহিত্যিক [[অমিয় কুমাৰ দাস]]ৰ জন্ম হয় ৷
# ১৮৪৬ চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ ঔপন্যাসিক [[হেনৰিক ছিনকিৱজ]]ৰ জন্ম হৈছিল ৷ তেওঁ ১৯০৫ চনত সাহিত্যৰ ন’বেল বঁটা লাভ কৰে ৷
# ১৯১৬ চনৰ আজিৰ দিনটোত জন্ম হৈছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি [[জাইল সিঙ]]ৰ ৷ তেওঁ ১৯৮৭ চনৰ পৰা ২৫ জুলাইলৈকে ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
 
==মৃত্যু==
"https://as.wikipedia.org/wiki/৫_মে%27"ৰ পৰা অনা হৈছে