ইতিহাসৰ পাতত আজিৰ দিনটো -
(১) অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয় ২০০৫ চনৰ আজিৰ দিনটোত।
(২) ১৮৪৯ চনৰ আজিৰ দিনটোত [[ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ]] আৰু জন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’ ৷ পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’।
(৩) কবিগুৰু [[ৰবীন্দ্ৰ নাথ ঠাকুৰ]]ৰ জন্ম হয় ১৮৬১ চনৰ আজিৰ দিনটোত।
(৪) ১৮৬৮ চনৰ আজিৰ দিনটোত [[ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্ট]]ৰ জন্ম হয় ৷ ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ [[নোবেল বঁটা]] লাভ কৰিছিল।
(৫) ১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয় ।
(৬) ১৮১২ চনৰ আজিৰ দিনটোত ইংৰাজ কবি [[ৰবাৰ্ট ব্ৰাউনিঙৰ]] জন্ম হয় ।
(৭) আজিৰ দিনটোত ১৮৩২ চনত গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয় ।
(৮) জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে ১৯৮৯ চনৰ আজিৰ দিনটোত । এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত ৷
{{-}}
{{Months}}
[[শ্ৰেণী:মে']]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]
|