১০ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৄষ্ঠাখনক "ইতিহাসৰ পাতত আজিৰ দিনটো -"ৰে সলনি কৰা হ'ল
টেগ্‌: Replaced ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
ইতিহাসৰ পাতত আজিৰ দিনটো -
 
(১) অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি [[গিৰিধৰ শৰ্মা]]ই মৃত্যুৰ শীতল কোলাত শুই পৰে ১৯৭৭ চনৰ আজিৰ দিনটোতে।
 
(২) ১৯৯৮ আজিৰ দিনটোতে পৰলোক প্ৰাপ্তি ঘটে যশস্বী ঔপন্যসিক [[কাঞ্চন বৰুৱা]]ৰ। তেখেতৰ প্ৰকৃত নাম আছিল ভূবনমোহন বৰুৱা ৷ অসীমত যাৰ হেৰাল সীমা আৰু পুৱতি তৰা তেখেতৰ দুখন বহুপঠিত, জনপ্ৰিয় উপন্যাস ৷
 
(৩) আজিৰ দিনটোতে হৰিদেউ যোশীয়ে অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে (১৯৯৮ চন)।
 
(৪) সংসদ চেণ্টেল হলত আজিৰ দিনটোতে [[ভাৰতৰ স্বাধীনতা যুদ্ধ]]ৰ প্ৰথম বিদ্ৰোহ [[চিপাহী বিদ্ৰোহ]]ৰ ১৫০ বছৰীয়া জয়ন্ত উদযাপন কৰে ২০০৭ চনৰ আজিৰ দিনটোতে ।
 
(৫) আজিৰ দিনটোত ১৯৮১ চনত মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয় ।
 
(৬) বিজ্ঞানী [[জগদীশ চন্দ্ৰ বসু]]ৱে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে ১৯০১ চনৰ আজিৰ দিনটোতে ৷
 
(৭) ২০০২ চনৰ আজিৰ দিনটোত বিশিষ্ট উৰ্দু কবি [[কাইফি আজমী]]ৰ মৃত্যু হয় ।
 
(৮) আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে ১৯৯৪ চনৰ আজিৰ দিনটোতে [[নেলছন মেণ্ডেলা]]ই শপত গ্ৰহণ কৰে ।
 
(৯) ১৮২৯ চনৰ আজিৰ এই দিনটোত ইংৰাজ পদাৰ্থ বিজ্ঞানী, চিকিৎসক তথা মিছৰবিদ [[টমাছ ইয়ঙ]]ৰ মৃত্যু হৈছিল। পোহৰ যে প্ৰকৃততে তৰংগ তেৱেঁই প্ৰথমতে আৱিষ্কাৰ কৰিছিল ।
 
(১০) গুস্তাভ্ কাৰ্ছফ আৰু ৰবাৰ্ট বুনছেনে ‘ছিজিয়াম’ মৌল আৱিষ্কাৰৰ কথা ঘোষণা কৰে ১৮৬০ চনৰ আজিৰ দিনটোতে ৷
 
(১১) ফিলাডেলফিয়াত প্ৰথম মাতৃ দিৱস উদযাপিত হয় ১৯০৮ চনৰ আজিৰ দিনটোতে ।
 
(১৩) আজি ইজৰাইলৰ জাতীয় দিৱস ৷
 
(১৪) বিশ্ব পৰিভ্ৰমী তথা প্ৰৱজনকাৰী পক্ষী দিৱস ৷
 
{{-}}
{{Months}}
[[শ্ৰেণী:মে']]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]
"https://as.wikipedia.org/wiki/১০_মে%27"ৰ পৰা অনা হৈছে