৫ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
223.179.251.254 (আলোচনা) সম্পাদিত 177822 সংশোধনটি বাতিল কৰক
3 নং শাৰী:
.......
 
==অনান্য==
...শিশুদিবস(জাপান, দক্ষিণ কোরিয়াশিশুদিবস(জাপান, দক্ষিণ কোরিয়া)
# ১৯৫৫ চনত আজিৰ দিনটোতে সংসদত গৃহীত হয় হিন্দু বিবাহ বিচ্ছেদ বিধেয়ক ৷
# ১৯৮৪ চনৰ আজিৰ দিনটোত [[ফু দৰ্জী]]য়ে [[এভাৰেষ্ট]] আৰোহণ ৷ তেওঁ আছিল অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় ৷
# ১৯২১ চনৰ আজিৰ দিনটোতে বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইনাৰ গেজেট’ প্ৰথম প্ৰকাশ হয় ৷ উল্লেখযোগ্য যে সংবাদ পত্ৰখনৰ আকাৰ আছিল ১০X১৩ ছেঃমিঃ ৷
# আজিৰ দিনটোতে আটলাণ্টিক এটি ক্ষুদ্ৰ দ্বীপত [[নেপোলিয়ন বোনাপাৰ্ট]]ৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল ৷
# ১৯১২ চনৰ আজিৰ দিনটো ষ্টকহোমত পঞ্চম [[অলিম্পিক]] ক্ৰীড়া আৰম্ভ হয় ৷
# আজি [[নেদাৰলেণ্ড]]ৰ স্বাধীনতা দিৱস ৷
 
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৫_মে%27"ৰ পৰা অনা হৈছে