কফি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
11 নং শাৰী:
 
কফি ({{lang-en|[[:en:Coffee|Coffee]]}}))বিশ্বব্যাপী খুব জনপ্রিয় পানীয় । পানীৰ লগত ভিজাই তৈয়াৰ কৰা "কফি বীজ" নামে পৰিচিত এক প্ৰকাৰ বীজ পুৰিলৈ গুড়ি কৰি কফি তৈয়াৰ কৰা হয় । এই বীজ কফি চেৰি নামৰ এক ধৰণৰ ফলৰ বীজ । প্রায় ৭০খন দেশত এই ফলৰ গাছ হয় । সেউজীয়া কফি বিশ্বৰ সকলোতকৈ বেছি বিক্রীত কৃষিপণ্যৰ মাজত এটা । কফিত ক্যাফেইন নামৰ এক প্ৰকাৰৰ উত্তেজক পদার্থ আছে । ৮ আউন্স কফিত প্রায় ১৩৫ মিলিগ্রাম ক্যাফেইন থাকে । কফিৰ উপাদান ক্যাফেইনৰ কাৰণে কফিয়ে মানুহৰ ওপৰ উত্তেজক প্রভাব পেলায় আৰু ই উদ্দীপক হিচাপে কাম কৰে । এতিয়া চাহৰ পাছতে কফি বিশ্বৰ অত্যাধিক জনপ্রিয় পানীয়।
 
[[শ্ৰেণী:পানীয়]]
"https://as.wikipedia.org/wiki/কফি"ৰ পৰা অনা হৈছে