মৈথিলী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
'''মৈথিলী''' ([https://commons.m.wikimedia.org/wiki/File:25.jpg মৈথিলী] ভাষাত) এটা [[ইন্দো-আৰ্য ভাষাসমূহ|ইন্দো-আৰ্য ভাষা]]। ই মূলত ভাৰতৰ বিহাৰ ৰাজ্য আৰু নেপালেৰনেপালৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ইন্দো-আৰ্য ভাষা হিচাবে গণ্য কৰে । হিন্দীতকৈ বাংলা, অসমীয়া আৰু ওড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাবে গণ্য কৰা হৈছিল যদিও [[২০০৩]] চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাবে সাংবিধানিক স্বীকৃতি লাভ কৰে।
 
মৈথিলি ভাষা মৈথিলী লিপিতে লিখা হৈছিল, যাৰ লগত [[অসমীয়া ভাষা|অসমীয়া]] আৰু [[বঙালী ভাষা|বাংলা]] লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।