ৰামধেনু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Радуга над Гродно.jpg|right|thumb|470px|বৰষুণৰ পিছত আকাশত দেখা পোৱা ৰামধেনু]]
[[File:WhereRainbowRises.jpg|thumb|WhereRainbowRises]]

'''ৰামধেনু''' ([[ইংৰাজী]]: {{Lang-en|Rainbow}}) হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়। ফলত সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগ ৰঙটো বিচ্ছুৰিত হৈ পৰে আৰু বিপৰীত আকাশত সাতটা ৰঙৰ বৃত্তচাপ কিছুমান সৃষ্টি কৰে। সূৰ্যৰ পোহৰ সাতটা ৰঙৰ সমষ্টি। সেইকেইটা হ'ল-:<ref>শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড </ref>

{|style="margin: 1em auto; text-align: center"

| style="width: 4em" | '''বেঙুনীয়া'''
Violet
| style="width: 4em" | '''ঘন নীলা'''
Indigo
| style="width: 4em" | '''নীলা'''
Blue
| style="width: 4em" | '''সেউজীয়া'''
Green
| style="width: 4em" | '''হালধীয়া'''
Yellow
| style="width: 4em" | '''সুমথিৰা'''
Orange
| style="width: 4em" | '''ৰঙা'''
Red

| {{color box|#9900FF}}
| {{color box|#4400FF}}
| {{color box|#0099ff}}
| {{color box|#00ff00}}
| {{color box|#ffee00}}
| {{color box|#ff6600}}
| {{color box|#ff0000}}

'''ৰামধেনু''' ([[ইংৰাজী]]: Rainbow) হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়। ফলত সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগ ৰঙটো বিচ্ছুৰিত হৈ পৰে আৰু বিপৰীত আকাশত সাতটা ৰঙৰ বৃত্তচাপ কিছুমান সৃষ্টি কৰে। সূৰ্যৰ পোহৰ সাতটা ৰঙৰ সমষ্টি। সেইকেইটা হ'ল-
#বেঙুনীয়া
#ঘন নীলা
#নীলা
#সেউজীয়া
#হালধীয়া
#সুমথিৰা আৰু
#ৰঙা
<ref>শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড </ref>
পানীৰ কণিকাৰ মাজেদি অহা পোহৰ ৰশ্মি এই সাতটা ৰঙলৈ বিচ্ছুৰিত হৈ ৰামধেনু হিচাপে দেখা দিয়ে।

==তথ্যসূত্ৰ:==
{{reflist}}

[[শ্ৰেণী:পদাৰ্থ বিজ্ঞান]]
"https://as.wikipedia.org/wiki/ৰামধেনু"ৰ পৰা অনা হৈছে