দ্যা আছাম ট্ৰিবিউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
25 নং শাৰী:
}}
 
'''দ্য আছাম ট্ৰিবিউন''' ({{lang-en|The Assam Tribune}}) [[গুৱাহাটী]] আৰু [[ডিব্ৰুগড়]]ৰ পৰা প্ৰকাশিত এখন দৈনিক [[ইংৰাজী]] বাতৰি কাকত। [[ভাৰত]]ৰ [[উত্তৰ পূৰ্বাঞ্চল]]ত দ্য আছাম ট্ৰিবিউন-য়েই হৈছে সৰ্বাধিক প্ৰচলিত দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে [[ৰাধাগোবিন্দ বৰুৱা]]ই বাতৰি কাকতখনৰ জন্ম দিয়ে ।
 
প্ৰথম অৱস্থাত কেৱল গুৱাহাটীৰ পৰা প্ৰকাশিত দ্য আছাম ট্ৰিবিউন বৰ্তমান গুৱাহাটী আৰু ডিব্ৰুগড়, এই দুই ঠাইৰ পৰা একেসময়তে প্ৰকাশিত হয়। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই কাকতখনকেই শ্ৰেষ্ঠতম বুলি বিবেচনা কৰা হয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চলত এই কাকতখনৰ বৃহৎসংখ্যক পঢ়ুৱৈ আছে।<ref name="mediaware">{{cite news | url=http://www.mediaware-infotech.com/newsletter/Assam/media1.htm | title=Presence of media in Assam: | work=Mediaware Infotech Pvt. Ltd | date=April 12, 2013 | accessdate=2013-04-12}}</ref><ref name="afaqs">{{cite news | url=http://www.afaqs.com/news/story/29999_IRS-2010-Q4:-Dailies-lose-readers-in-Assam | title=IRS 2010 Q4: Dailies lose readers in Assam | work=afaqs.com | date=March 21, 2011 | agency=afaqs.com | accessdate=2013-04-12 | author=Sumantha Rathore, afaqs!, New Delhi,}}</ref>
 
দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ সম্পাদক [[প্ৰফুল্ল গোবিন্দ বৰুৱা]]। প্ৰফুল্ল গোবিন্দ বৰুৱা [[ৰাধাগোবিন্দ বৰুৱা]]ৰবৰুৱাৰ পুত্ৰ। দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ কাৰ্যবাহী সম্পাদক পি জে বৰুৱা।
 
==তথ্য সংগ্ৰহ==