ম’বাইল ফোন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা মবাইলৰ পৰা ম’বাইল ফোনলৈ SlowPhotonয়ে স্থানান্তৰ কৰিলে: Made title more clear
1 নং শাৰী:
‘মবাইল’'''মবাইল''' বা '''ম’বাইল ফোন''' বা '''চেলুলাৰ ফোন''' হ’ল একৈশ শতিকাৰ এক যুগান্তকাৰী আৱিষ্কাৰ।পৰম্পৰাগত তাঁৰযুক্ত টেলিফোনৰ বিপৰিতে মবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা সিঠাইলৈ ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ।আমেৰিকাৰ মাৰ্টিন কুপাৰ নামৰ বিজ্ঞানী এজনে 1970 চনত প্ৰথম ‘মটৰ’লা‘ নামৰ তাঁৰবিহীন চেলুলাৰ ফোনবিধ নিৰ্মাণ কৰি উলিয়াই। তাৰ পিছত কেইবাটাও ঢাপ পাৰহৈ ম’বাইল ফোনে স্মাৰ্ট ফোনৰ স্তৰ লাভ কৰিছে। একেটা যন্ত্ৰৰে Text Massage, E-Mail,Phone Call,Camera,Compass, Internetৰ সংযজনেৰে ডাটা Browsing ইত্যাদি অলেখ কাম কৰিব পাৰি বাবেই ইয়াক স্মাৰ্ট ফোন বুলি কোৱা হয়। ম’বাইল ফোনৰ অসমীয়া প্ৰতি শব্দ হ’ল ভ্ৰাম্যভাষ যন্ত্ৰ।
 
[[শ্ৰেণী:দূৰসংযোগ]]
[[শ্ৰেণী:সঁজুলি]]