গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

59 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
(বানান শুধৰণি, ব্যাকৰণ শুধৰণি, লিংক যোগ)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
 
==ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি==
গোলাঘাটৰ স্থানাংক হৈছে {{Coord|26.52|N|93.97|E|}} আৰু গড় উচ্চতা ৯৫ মিটাৰ (৩১১ ফুট)। গোলাঘাট জিলাৰ পূবে [[যোৰহাট জিলা]], পশ্চিমে [[নগাঁও জিলা]] আৰু [[কাৰ্বি আংলং জিলা]], উত্তৰে [[ব্ৰহ্মপুত্ৰ নদী]] আৰু দক্ষিণে নগা পাহাৰ।
২০১১ চনৰ লোকপিয়ল মতে গোলাঘাট নগৰৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬০,৭৮২। পুৰুষ আৰু মহিলাৰ অনুপাত ক্ৰমে ৫৩% আৰু ৪৭%।
 
4

টা সম্পাদনা