অসমীয়া ব্যাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
8 নং শাৰী:
 
==ব্যাকৰণৰ অন্তৰ্গত বিষয়সমূহ==
* পদ: - বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটি পদৰ বিশেষ বিৱৰণ বা পৰিচয় দিয়াকেই পদ বোলে। পদ পাঁচ প্ৰকাৰৰ ।
* '''বিশেষ্য:-''' মানুহ, স্থান, বস্তু, গুণ, অথবা কোনো ক্ৰিয়া বুজাবলৈ ব্যৱহাৰ কৰা শব্দ৷ যেনে:-
* বিশেষণ:- বিশেষ্যৰ গুণ বা ধৰ্ম প্ৰকাশ কৰা শব্দ৷
* সৰ্বনাম'''বিশেষণ:'''- বিশেষ্যৰ সলনিগুণ ব্যৱহাৰবা ধৰ্ম প্ৰকাশ কৰা শব্দ৷ যেনে- মই, তেওঁ, সি আদি৷
* '''সৰ্বনাম:'''- বিশেষ্যৰ সলনি ব্যৱহাৰ কৰা শব্দ৷ যেনে- মই, তেওঁ, সি আদি৷
* '''ক্ৰিয়া:-''' যি শব্দই কোনো কাৰ্য শেষ হোৱা বুজায় তাকে ক্ৰিয়া বোলে৷বোলে।
* অব্যয়:-
* বচন:-
* লিঙ্গ:- যি চিনৰ দ্বাৰা স্ত্ৰী-পুৰুষৰ ভেদ প্ৰকাশ কৰা হয়, তাক লিঙ্গ বোলে ।
* সমাস:- পৰস্পৰ অৰ্থত সম্পৰ্ক থকা দুই বা তাতোধিক পদ লগ লাগি এটা পদ হোৱাকে সমাস বোলে । যেনেঃ ঘৰত যি ওপজে = ঘৰওপজা । ই ৬ প্ৰকাৰৰ । ১. দ্বন্দ্ব সমাস ২. বহুব্ৰীহি সমাস ৩. কৰ্মধাৰয় সমাস ৪. তৎপূৰুষ সমাস ৫. দ্বিগু সমাস ৬. অব্যয়ীভাব সমাস
* বিভক্তি:- নাম শব্দ বা প্ৰকিপাদিক আৰু ধাতুৰ পাছত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে । বিভক্তি দুই প্ৰকাৰৰ - ১. শব্দ বিভক্তি আৰু ২. ক্ৰিয়া বিভক্তি
Line 41 ⟶ 42:
যেনে – তাইক ভাল পাওঁ
 
'''তৃতীয়া বিভক্তি – এ, ৰে, দি, দ্বাৰা, দ্বাৰায়দ্বাৰাই:-'''
 
কৰণ কাৰকত তৃতীয়া বিভক্তি হয় ।