সত্য সাই বাবা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
→‎সমালোচনা: সংশোধন
216 নং শাৰী:
 
==সমালোচনা==
সাই বাবাৰ সমালোচকে তেওঁৰ ওপৰত হাতৰ চাফাই, যৌন নিৰ্যাতন, কলাকালা ধন ৰখা, সেৱা প্ৰকল্পত গাফিলতি কৰা আৰু হত্যা আদিৰ অবভিযোগঅভিযোগ আনিছে।<ref name="news.bbc.co.uk"/><ref name=Palmer116/>
 
১৯৭২ চনত আব্ৰাহম কাভুৰে প্ৰথমবাৰৰ বাবে সত্য সাই বাবাক মুকলৈভাৱে সমালোচনা কৰিলে,<ref name="srisathyasaibabaandthepress">Ruhela S.P., ''Sri Sathya Sai Baba and the Press'', pp. 1–5, 1997 ISBN 81-7533-041-4</ref> যেতিয়া তেওঁ এজন ভক্তই মুকলিকে কৰা দাবী এটা চালে<ref name="srisathyasaibabaandthepress" /> যে সত্য সাই বাবাই চেইক' ঘড়ীৰ এটা নতুন মডেলৰ সৃষ্টি কৰিলে, আৰু দাবীটো মিছা পালে।<ref name="sathyasaibabasgrace">Ruhela S.P., ''How to Receive Sri Sathya Sai Baba's Grace'', pp. 277, 2006 ISBN 81-7182-089-1</ref><ref name=OutlookSingh>{{cite web|title=The Spell Breaker|url=http://www.outlookindia.com/article.aspx?262445|publisher=Outlook|accessdate=16 October 2013|author=Rahul Singh|date=2 November 2009}}</ref>
230 নং শাৰী:
''ভাংকুৱভাৰ চান''ত ২০০১ত প্ৰকাশ পাইছিলে যে বাবাই অনুগামীসকলক আন্তৰ্জাল ব্যৱহাৰ কৰিবলৈ মানা কৰিছিল<ref name= VS>The Vancouver Sun, 27 February 2001, ''Holy man? Sex abuser? Both?''</ref> এই বুলি কোৱাৰ পিছত যে "এই শিক্ষা (বেদ) অতিকৈ পবিত্ৰ। আজি মানুহে আন্তৰ্জাল আৰু দূৰদৰ্শনত দেখা সকলো কথা বিশ্বাস কৰি লয়, কিন্তু বৈদিক ঘোষণাবোৰত নিজৰ আস্থা দৃঢ় নাৰাখে। আন্তৰ্জাল এটি পেলনীয়া কাগজৰ মোনাৰ দৰে। 'অন্তৰ্জাল'ক বিশ্বাস কৰা, আন্তৰ্জালক নহয়।"<ref>http://www.sssbpt.info/ssspeaks/volume33/sss33-17.pdf</ref>
 
জানুৱাৰী ২০০২ত [[ডেনমাৰ্ক]]ৰ ৰাষ্ট্ৰীয় দূৰদৰ্শন আৰু অনাতাৰ প্ৰসাৰ কোম্পানী ডেনিচ ৰেডিঅ'ই তথ্যচিত্ৰ ''চিড্যুস্ড বাই চাই বাবা''ত সাই বাবাৰ কিছু ভিডিঅ' দেখুৱাই কয় যে সাই বাবাৰ চমৎকাৰ হাতৰ চাফাই বুলি প্ৰমাণ কৰিব পৰা যাব।<ref name="seduced">{{cite video |people=Øyvind Kyrø, Steen Jensen|title=Seduced by Sai Baba|medium=Documentary|publisher=[[DR (broadcaster)|DR]] |date=2002|time=|url=http://dr.dk/Salg/DRsales/Programmes/Documentary/Society_and_Social/20070629133445_3_1_3_1_1_1_1_1_1_1_1_1_1_1.htm}}</ref> তথ্যচিত্ৰখনত আলায়া ৰাহ্মৰ সাক্ষাৎকাৰো দেখোৱা হ'ল, য'ত তেওঁ সত্য সাই বাবাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ আনিলে।<ref name="news.bbc.co.uk"/> তাৰ ফল স্বৰূপে যুক্তৰাজ্যৰ সংসদত ব্ৰিটিছ সৰু ল'ৰাই সত্য সাই বাবাৰ আশ্ৰমলৈ গৈ অকলে লগ কৰাৰ বিপদৰ কথা আলোচনা হ'ল। <ref>[http://www.parliament.uk/edm/2001-02/886] UK Parliament official web site</ref>
 
২০০৪ চনত [[বিবিচি]]য়ে "দা চিক্ৰেট স্বামি" (গুপ্ত স্বামী) নামৰ তথ্যচিত্ৰ প্ৰচাৰ কৰিলে, "দা ৱৰ্ল্ড আন্কভাৰ্ড" ক্ৰমৰ অংশ হিচাপে।".<ref>{{cite news|url=http://news.bbc.co.uk/2/hi/programmes/this_world/3791921.stm |title=Programmes &#124; This World &#124; Secret Swami |publisher=BBC News |date=11 June 2004 |accessdate=7 January 2010}}</ref> বিবিচিৰ তথ্যচিত্ৰখনৰ এটি মুখ্য বিষয় আছিল আলায়া ৰাহ্মৰ যৌন নিৰ্যাতনৰ অভিযোগ।.<ref name=bbcd>{{cite video|people=Eamon Hardy, Tanya Datta|title=Secret Swami|medium=Documentary|publisher=BBC News|date=2004 |time= |url=http://news.bbc.co.uk/2/hi/programmes/this_world/3791921.stm | accessdate=4 January 2010}}</ref> অনুস্থানটোত তেওঁৰ লগত মাৰ্ক ৰ'কৰ সাক্ষাৎকাৰো লোৱা হৈছিল, যিয়ে ১৯৬৯ৰ পৰা নিজৰ জীৱনৰ ২৫ বছৰ আন্দোলনটোৰ লগত জড়িত থাকিলে and alleged abuse by Sai Baba..<ref name=bbcd/> অনুস্থানটোত সত্য সাই বাবাৰ সমালোচক বাচাৱা প্ৰেমানন্দো উপস্থিত আছিল। তেওঁ কয় যে সত্য সাই বাবা "এজন ঠগেই নহয়, কিন্তু এজন বিপজ্জনক যৌন নিৰ্যাতক"। তেওঁৰ সাক্ষাৎকাৰৰ মতে, তেওঁৰ ওচৰত ৩০ বছৰ ধৰা কাহিনী আছে, আৰু তেওঁ কয় যে তেওঁৰ কাহিনীবোৰ একেধৰণৰ, গুপ্তাংগত তেল সনাৰ ঘটনা। এজন পূৰ্ব-ভক্তই কোৱা মতে সত্য সাই বাবাই "হাতত তেল সানিলে, মোক মোৰ পেন্ট তললৈ কৰিবলৈ ক'লে আৰু মোৰ গুপ্তাংগত তেল সানিলে"। প্ৰেমানন্দৰ মতে বহু ভাৰতীয় ল'ৰা চিকাৰ হ'ল, কিন্তু প্ৰকাশ কৰিবলৈ ভয় কৰিলে।.<ref name="news.bbc.co.uk"/>
 
==সমালোচনাৰ প্ৰত্যুত্তৰ==