মানৱ উন্নয়ন সূচক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
মেপ সংযোগ
1 নং শাৰী:
[[File:2016 UN Human Development Report.svg|thumb|upright=2.05|মানৱ উন্নয়ন সূচক অনুসৰি পৃথিৱীৰ দেশসমূহ (২০১৫-২০১৬ চনৰ তথ্য)
মানৱ উন্নয়ন সূচক হৈছে জীৱন প্ৰত্যাশা, শিক্ষা আৰু জনমূৰি আয়ৰ ভিত্তিত গঢ়ি তোলা এটা সামগ্ৰিক পাৰিসাংখ্যিক মান যাৰ দ্বাৰা বিশ্বৰ দেশসমূহক মানৱ উন্নয়নৰ চাৰিটা স্তৰত ভগোৱা হয়। এখন দেশৰ মানৱ উন্নয়ন সূচক বেছি হয় যদিহে দেশখনৰ জীৱন প্ৰত্যাশা বেছি হয়, শিক্ষাৰ মানদণ্ড উন্নত হয় আৰু জনমূৰি মুঠ ঘৰুৱা উৎপাদন অধিক হয়| ভাৰতৰ অৰ্থনীতিবিদ [[অৰ্মত্য সেন]] আৰু পাকিস্তানৰ অৰ্থনীতিবিদ মাহবুব উল হকে এই সূচক উলিয়াইছিল যিটো পিছলৈ ৰাষ্ট্ৰ্সংঘ উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা দেশসমূহৰ উন্নয়ন জুখিবলৈ ব্যৱহাৰ কৰা হয়।<ref>{{cite web|title=Human Development Index|url=https://economictimes.indiatimes.com/definition/human-development-index|website=Economic Times}}</ref><ref>{{cite web|title=The Human Development concept |url=http://hdr.undp.org/en/humandev/|publisher=UNDP|accessdate=29 July 2011|year=2010}}</ref>
{| border="0" cellspacing="0" cellpadding="0" style="width:100%; background:none;"
|-
মাহবুব উল হকৰ মতে মানুহে জীৱনত হ’ব বিচৰাটো বা কৰিব বিচৰাটো কৰিব পাৰে নে নাই তাৰ ওপৰত এই সূচকটো নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে সুখাদ্য, সুস্বাস্থ্য, শিক্ষা, জীৱিকা, সামাজিক জীৱনত অংশগ্ৰ্হণ আদি। এই কথা লক্ষ্যণীয় যে সকলোৰে বাছনি কৰাৰ অধিকাৰ আছে- কোনোবাই ধৰ্মীয় কাৰণত লঘোণে থকা আৰু কিনিবলৈ সামৰ্থ্য নথকা বাবে লঘোণে থকাৰ মাজত বহুত পাৰ্থক্য আছে।<ref>{{cite web|title=What is Human Development|url=http://hdr.undp.org/en/content/what-human-development|publisher=UNDP|accessdate=27 October 2017|year=2017}}</ref>
|valign="top"|
{{Legend|#003C00|০.৯০০–০.৯৪৯}}
{{Legend|#007F00|০.৮৫০–০.৮৯৯}}
{{Legend|#00C400|০.৮০০–০.৮৪৯}}
{{Legend|#00F900|০.৭৫০–০.৭৯৯}}
{{Legend|#D3FF00|০.৭০০–০.৭৪৯}}
|valign="top"|
{{Legend|#FFFF00|০.৬৫০–০.৬৯৯}}
{{Legend|#FFD215|০.৬০০–০.৬৪৯}}
{{Legend|#FFA83C|০.৫৫০–০.৫৯৯}}
{{Legend|#FF852F|০.৫০০–০.৫৪৯}}
{{Legend|#FF5B00|০.৪৫০–০.৪৯৯}}
|valign="top"|
{{Legend|#FF0000|০.৪০০–০.৪৪৯}}
{{Legend|#A70000|০.৩৫০–০.৩৯৯}}
{{Legend|#858585|তথ্য নাই}}
|}]]
'''মানৱ উন্নয়ন সূচক''' ({{Lang-en|Human Development Index}}) হৈছে জীৱন প্ৰত্যাশা, শিক্ষা আৰু জনমূৰি আয়ৰ ভিত্তিত গঢ়ি তোলা এটা সামগ্ৰিক পাৰিসাংখ্যিক মান যাৰ দ্বাৰা বিশ্বৰ দেশসমূহক মানৱ উন্নয়নৰ চাৰিটা স্তৰত ভগোৱা হয়। এখন দেশৰ মানৱ উন্নয়ন সূচক বেছি হয় যদিহে দেশখনৰ জীৱন প্ৰত্যাশা বেছি হয়, শিক্ষাৰ মানদণ্ড উন্নত হয় আৰু জনমূৰি মুঠ ঘৰুৱা উৎপাদন অধিক হয়| ভাৰতৰ অৰ্থনীতিবিদ [[অৰ্মত্যঅমৰ্ত্য সেন]] আৰু পাকিস্তানৰ অৰ্থনীতিবিদ মাহবুব উল হকে এই সূচক উলিয়াইছিল যিটো পিছলৈ ৰাষ্ট্ৰ্সংঘ উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা দেশসমূহৰ উন্নয়ন জুখিবলৈ ব্যৱহাৰ কৰা হয়।<ref>{{cite web|title=Human Development Index|url=https://economictimes.indiatimes.com/definition/human-development-index|website=Economic Times}}</ref><ref>{{cite web|title=The Human Development concept |url=http://hdr.undp.org/en/humandev/|publisher=UNDP|accessdate=29 July 2011|year=2010}}</ref>
 
মাহবুব উল হকৰ মতে মানুহে জীৱনত হ’ব বিচৰাটো বা কৰিব বিচৰাটো কৰিব পাৰে নে নাই তাৰ ওপৰত এই সূচকটো নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে সুখাদ্য, সুস্বাস্থ্য, শিক্ষা, জীৱিকা, সামাজিক জীৱনত অংশগ্ৰ্হণ আদি। এই কথা লক্ষ্যণীয় যে সকলোৰে বাছনি কৰাৰ অধিকাৰ আছে- কোনোবাই ধৰ্মীয় কাৰণত লঘোণে থকা আৰু কিনিবলৈ সামৰ্থ্য নথকা বাবে লঘোণে থকাৰ মাজত বহুত পাৰ্থক্য আছে।<ref>{{cite web|title=What is Human Development|url=http://hdr.undp.org/en/content/what-human-development|publisher=UNDP|accessdate=27 October 2017|year=2017}}</ref>
 
==দিশসমূহ আৰু গণনা পদ্ধতি==
 
২০১০ চনৰ ৪ নৱেম্বৰত প্ৰকাশ পোৱা মতে তিনিটা দিশ সামৰি লোৱা হৈছে।
#দীৰ্ঘ আৰু সুস্বাস্থ্যকৰ জীৱন: জন্মৰ সময়ত জীৱন প্ৰত্যাশা
Line 12 ⟶ 30:
 
===গণনা কৰাৰ উপায়===
1. :জীৱন প্ৰত্যাশা সূচক(LEI): <math>= \frac{\textrm{LE} - 20}{85-20}</math>
 
1. জীৱন প্ৰত্যাশা সূচক(LEI): <math>= \frac{\textrm{LE} - 20}{85-20}</math>
LE(Life Expectancy)- জীৱন প্ৰত্যাশা
Line 21 ⟶ 38:
জন্মৰ সময়ত জীৱন প্ৰত্যাশা ৮৫ হ'লে জীৱন প্ৰত্যাশা সূচক ১ হ'ব আৰু জন্মৰ সময়ত জীৱন প্ৰত্যাশা ২০ হ'লে জীৱন প্ৰত্যাশা সূচক হ'ব ০।
 
2. :শিক্ষা সূচক(EI): <math>= \frac{{\textrm{MYSI} + \textrm{EYSI}}} {2}</math><ref>{{Cite news|url=http://www.indiastudychannel.com/resources/141517-New-method-of-calculation-of-Human-Development-Index-HDI.aspx|title=New method of calculation of Human Development Index (HDI)|date=2011-06-01|work=India Study Channel|access-date=2017-11-19|language=en}}</ref>
 
EI- Education Index