নাজিৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

59 নং শাৰী:
'''নাজিৰা''' (IPA: nəˈzɪərə) ({{Lang-en|Nazira}}) [[অসম]]ৰ [[শিৱসাগৰ জিলা]]ত অৱস্থিত এখন ঐতিহাসিক ঠাই৷
==ইতিহাস==
নাজিৰা আহোমৰ ৰাজত্ব কালত ৰাজধানী গড়গাওঁৰ দাঁতিকাষৰীয়া অঞ্চলৰূপে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল৷ জনশ্ৰুতি অনুসৰি নাজিৰাৰ নামটো 'নাও-জিৰা' ৰ পৰা আহিছে৷আহিছে, আহোম ৰাজত্ব কালত নাজিৰাত দিখৌ নৈত নাও জিৰণি দি থোৱা হৈছিল। সেই সেই নাও জিৰোৱাৰ পৰা নাজিৰা হ’ল বুলি বুৰঞ্জীবিদসকলে কয়। দুই-এজন লেখকৰ মত— নজৰ কৰাৰ কাৰণে নাজিৰা হ’ল।৷ ইতিহাসবিদ সৰ্বানন্দ ৰাজকুমাৰৰ মত অনুসৰি নাজিৰা নামৰ উৎস তাই ভাষাৰ শব্দৰ পৰাহে য'ত, না-ৰ অৰ্থ মাটি, জি-হেলনীয়া আৰু ৰা- যথেষ্ট৷ গতিকে নাজিৰাৰ অৰ্থ বৃহৎ হেলনীয়া মাটি বা অঞ্চল (a much inclined land)৷ <ref>Late Rajkumar Sarbananda, Etihase Suaura Chashata Bacharor,Page 272,First Edition December 2000,ISBN-81-7339-308-7 Banalata,New Bazar Dibrugarh-1</ref>
 
==ভৌগোলিক বিৱৰণ==
75 নং শাৰী:
 
বিদ্যালয়-
*'''উচ্চতৰ নাজিৰামাধ্যমিক বালকআৰু বহুমুখী মাধ্যমিকবালক বিদ্যালয় '''
* নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়
* নাজিৰাৰ বৰটোল উচ্চ মাধ্যমিক বিদ্যালয়
"https://as.wikipedia.org/wiki/নাজিৰা"ৰ পৰা অনা হৈছে