কীৰ্তন-ঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
28 নং শাৰী:
হিন্দুৰ প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ সংস্কৃত ভাষাত ৰচিত কাৰণে সেইবিলাক সাধাৰণ জনসাধাৰণৰ বোধগম্য কৰিবৰ কাৰণে মহাপুৰুষ শঙ্কৰদেৱে ভাগৱত, পদ্মপুৰাণ, বামন পুৰাণ আৰু অন্যান্য পুৰাণ উপপুৰাণৰ পৰা সাৰ সংগ্ৰহ কৰি এই মুল্যবান গ্ৰন্থসমূহ ৰচনা কৰিছিল৷ 'কীৰ্তন-ঘোষা'ত পদ, দুলড়ী,ছবি, লেছাৰী, আদি অসমীয়া অনেক ছন্দ অলংকাৰৰ সমাবেশ ঘটিছে৷ ইয়াৰ লগতে সাহিত্যৰ নৱ ৰসৰ সমাবেশ ঘটিছে৷
কীৰ্তন-ঘোষা [[শ্ৰীশ্ৰীশঙ্কৰদেৱ]]ৰ কবি প্ৰতিভাৰ শ্ৰেষ্ঠ নিৰ্দেশন৷ ই অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰো কীৰ্তিস্তম্ভ৷ অসমৰ প্ৰতিজন ল'ৰা ডেকা বুঢ়া মানুহৰ মুখে মুখে ইয়াৰ পদ, ঘোষা অবিৰামভাৱে চলি থাকে৷ আনহতেআনহাতে ইয়াৰ প্ৰসঙ্গে ভকত বৈষ্ণৱৰ মনত ভক্তি ভাৱত আপ্লুত কৰি তোলে৷
 
[[category:লোক-সংস্কৃতি]]