ৰামমোহন ৰায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 20 interwiki links, now provided by Wikidata on d:q335269 (translate me)
4 নং শাৰী:
|name=ৰাজা ৰামমোহন ৰায়
|lived={{birth date|1772|5|22}} – {{death date|1833|10|30}}
|image= [[চিত্ৰ:Raja Ram Mohan Roy.jpg|200px]]
|caption= বাংলাৰ নবজাগৰণৰ জনক ৰাজা ৰামমোহন ৰায়
|alternate name=ৰামমোহন ৰায়
21 নং শাৰী:
}}
 
'''ৰামমোহন ৰায়''' ({{lang-en|Ram Mohan Roy}}) অথবা '''ৰাজা ৰামমোহন ৰায়''' (মে ২২, ১৭৭২ – ছেপ্টেম্বৰ ২৭, ১৮৩৩) প্ৰথম ভাৰতীয় ধৰ্মীয়-সামাজিক পুনৰ্গঠন আন্দোলন ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা আৰু বাঙালীবঙালী দাৰ্শনিক। তৎকালীন ৰাজনীতি, জনপ্ৰশাসন, ধৰ্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্ৰভাৱ ৰাখিব পাৰিছিল। তেওঁ সতীদাহ প্ৰথা বিলুপ্ত কৰাৰ প্ৰচেষ্টাৰ বাবে সবাতোকৈ বেছি বিখ্যাত হৈছিল। এই সময়ত [[হিন্দু]] বিধবা নাৰীসকলে স্বামীৰ চিতাত সহমৰণে গৈছিল বা আত্মহুতি দিবৰ বাবে বাধ্য কৰা হৈছিল।
ৰামমোহন ৰায় কলকাতালৈ আগষ্ট ২০, ১৮২৮ চনত ইংলেণ্ড যাত্ৰাৰ আগে দ্বাৰকানাথ ঠাকুৰৰ লগত ব্ৰাহ্মসমাজ স্থাপন কৰে। পৰবৰ্তীকালত এই ব্ৰাহ্মসমাজে এক সামাজিক আৰু ধৰ্মীয় আন্দোলন আৰু বাংলাৰ পূনৰ্জাগৰণৰ পুৰোধা হিচাবে কাম কৰে।
 
69 নং শাৰী:
* [http://www.calcuttaweb.com/people/rammohan.shtml Biography (Calcuttaweb.com)]
 
[[শ্ৰেণী:ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি]]