জয়নগৰৰ মোৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Sourav Bapuli (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
Sourav Bapuli (আলোচনা | বৰঙণি) No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
19 নং শাৰী:
বহুতো সামগ্ৰী ব্যৱহাৰ কৰি''জয়নগৰৰ মোৱা'' তৈয়াৰ কৰা হয়। সেইবোৰ হল '' নলেন গুড়'' (খেজুৰৰ গুড়), ''কণকচুৰ আখৈ'' (এবিধ সুগন্ধিত চাউলৰ আখৈ), ''দেশী ঘিঁউ'', ''ইলাচি'', আৰু ''পষ্ট' দানা''। '' নলেন গুড়'' আৰু ''কণকচুৰ'' ঘাইকৈ শীতকালৰ সামগ্ৰী হোৱাৰ বাবে ''জয়নগৰৰ মোৱা'' শীতকালত উপলব্ধ হয়।<ref name=moa1/> সাধাৰণ মোৱাবিধ মুৰি আৰু গুড়েৰে তৈয়াৰ কৰা কুৰকুৰীয়া লাৰু। এইবিধ মোৱা গোটেই বছৰধৰি তৈয়াৰ কৰা হয় আনকি সৰু সৰু প্লাষ্টিকৰ পেকেটত দোকানত পোৱা যায়।
[[জয়নগৰ]]
==প্ৰত্যাহ্বান==
|