দশৰথ মাঝি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{Use Indian English|date=December 2013}}
{{Use dmy dates|date=December 2013}}
{{Coord|24.877093|85.242956|display=title}}
{{Infobox person
Line 21 ⟶ 19:
}}
 
''' দশৰথ মাঝি '''( ১৯৩৪ <ref name="EI">{{cite web|url=http://www.expressindia.com/news/ie/daily/19970524/14450813.html |title=Love's labour brings down hill |work=The Indian Express |date=24 May 1997 |accessdate=2012-09-22}}</ref> – ১৭ আগষ্ট, ২০০৭<ref name="HTimes">{{cite web|url=http://www.hindustantimes.com/India-news/Bihar/Mountain-man-Dashrath-Manjhi-dies-in-Delhi/Article1-242990.aspx |title=Mountain man Dashrath Manjhi dies in Delhi |work=Hindustan Times |date=17 August 2007 |accessdate=2012-09-22}}</ref>), ('''মাউন্টেইন মেন''' হিচাপে বিখ্যাত)<ref>{{cite web|author=Society |url=http://theviewspaper.net/the-mountain-man/|title=The Mountain Man |publisher=The Viewspaper |date=28 September 2007 |accessdate=2012-09-22}}</ref> [[বিহাৰ]]ৰ [[Gaya, India|গয়া]]ৰ সমীপৰ ’গেহলুৰ’গেহলুৰ নামৰ এখন গাঁৱৰ এজন দুখীয়া শ্ৰমিক, যি কেৱল এটা হাতুৰী আৰু বটালী লৈ এটা পাহাৰ কাটি তাৰ মাজেদি ৰাস্তা উলিয়াইছিল ৷উলিয়াইছিল৷<ref name="EI"/><ref>{{cite web|url=http://www.indianexpress.com/news/the-man-who-made-way-for-progress/968751/0 |title=The man who made way for progress |work=The Indian Express |date=1 July 2012 |accessdate=2012-09-22}}</ref> সুদীৰ্ঘ ২২বছৰৰ২২ বছৰৰ অন্তত গয়াৰ আট্ৰি আৰু ৱাজিগাওৰ মাজৰ ৫৫ কিমি দৈঘ্যৰ পথটো তেওঁ পাহাৰৰ মাজেৰে বাট কাটি ১৫ কি মি ত পৰিণত কৰিলে ৷ কৰিলে৷<ref>{{cite web|title=Dashrath Manjhi, rock star and film muse|url=http://scroll.in/article/742669/dashrath-manjhi-the-man-who-moved-a-mountain-one-rock-at-a-time-and-inspired-filmmakers|accessdate=21 July 2015}}</ref>
 
==আগকথা==
১৯৫৯ চনত দশৰথৰ পত্নীৰ চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল ৷হৈছিল৷ ৭০ কি মি দূৰত থকা চহৰলৈ যাতায়তৰ সূচল ব্যৱস্থা নথকাৰ বাবেই পত্নীৰ মৃত্যু হোৱাত দশৰথে সেই পথত থকা পাহাৰটো কাটি এটা চমু পথ উলিওৱাৰ পণ কৰিলে আৰু অকলে কেৱল এটা হাতুৰী আৰু বটালী লৈ সুদীৰ্ঘ ২২ বছৰ জোৰা কামৰ অন্তত ৫৫ কিমি দৈঘ্যৰ পথটো মাথো ১৫ কি মি ত পৰিণত কৰিলে যাতে গাৱৰ অন্য সকলে তেওঁৰ দৰেই ভুগিব লগা নহয়৷ <ref name="EI"/>
 
==কৰ্ম==
দশৰথ মাঝিয়ে ধানবাদৰ কয়লা খনিৰ শ্ৰমিক হিচাপে কাম কৰিছিল৷ মাজে মাজে তেওঁ ঘৰলৈ আহে আৰু এটা পথ নিৰ্মাণৰ বাবে {{convert|360|ft|m|adj=mid|-long}}১১০ মিটাৰ দীঘল, {{convert|25|ft|m|adj=mid|-deep}}৭.৭ মিটাৰ গভীৰ আৰু {{convert|30|ft|m|adj=mid|-wide}}৯.১ মিটাৰ বহল গেহল'ৰ পাহাৰটোৰ শিল কাটে৷<ref>Location of cut-through: {{coord|24.877093|85.242956}}</ref> তেওঁ কৈছিল, ”''"মই যেতিয়া শিল কটা আৰম্ভ কৰিছিলো, মানুহে মোক পাগল বুলি কৈছিল, কিন্তু মই মনোবল হেৰুওৱা নাছিলো৷”নাছিলো৷" সুদীৰ্ঘ ২২ বছৰৰ অন্তত (১৯৬০-১৯৮২) তেওঁৰ এই কাম সমাপ্ত হয়৷ আট্ৰি আৰু ৱাজিৰগঞ্জৰ মাজৰ দুৰত্ব ৫৫ কিলো মিটাৰৰ পৰা ১৫ কিলো মিটাৰ কৰি তেওঁ সমগ্ৰ গেহলুৰৰ গাওঁবাসীৰ জীৱন সহজ কৰি তোলে৷<ref name="HTimes"/><ref>{{cite news| url=http://articles.timesofindia.indiatimes.com/2007-07-23/patna/27991900_1_cm-visits-pmch-superintendent-cm-nitish-kumar | work=The Times of India | title=CM visits ailing Dashrath Manjhi | date=23 July 2007}}</ref> মাঝিয়ে লগতে কৈছিল, "যদিও বহুত লোকে মোৰ এই কামক উপলুঙা কৰিছিল, বহুতো গাওঁবাসীয়ে মোক মানসিক ভাৱে তথা কটাৰ সজুলীবোৰ কিনাত বা খাদ্য যোগান ধৰি সহায় কৰিছিল৷"<ref>{{cite web|title=Man in India Carved 360 feet|url=http://www.hoaxorfact.com/Inspirational/man-in-india-carved-360-feet-mountain-tunnel-in-memory-of-his-wife-s-death-facts-analysis.html}}</ref><ref>{{cite web|title=How A Man Built A Road on the Mountain Without Support| work=Be A Light to the World | url=http://www.awazieikechi.com/man-built-road-mountain-without-support/| date=22 April 2014}}</ref>''
সুদীৰ্ঘ ২২বছৰৰ অন্তত(১৯৬০-১৯৮২) তেওঁৰ এই কাম সমাপ্ত হয়৷ আট্ৰি আৰু ৱাজিৰগঞ্জৰ মাজৰ দুৰত্ব ৫৫ কি মিৰ পৰা ১৫কিমি কৰি তেওঁ সমগ্ৰ গেহলুৰৰ গাওঁবাসীৰ জীৱন সহজ কৰি তোলে৷ <ref name="HTimes"/><ref>{{cite news| url=http://articles.timesofindia.indiatimes.com/2007-07-23/patna/27991900_1_cm-visits-pmch-superintendent-cm-nitish-kumar | work=The Times of India | title=CM visits ailing Dashrath Manjhi | date=23 July 2007}}</ref> মাঝিয়ে লগতে কৈছিল, ”''যদিও বহুত লোকে মোৰ এই কামক উপলুঙা কৰিছিল, বহুতো গাওঁবাসীয়ে মোক মানসিক ভাৱে তথা কটাৰ সজুলীবোৰ কিনাত বা খাদ্য যোগান ধৰি সহায় কৰিছিল৷”<ref>{{cite web|title=Man in India Carved 360 feet|url=http://www.hoaxorfact.com/Inspirational/man-in-india-carved-360-feet-mountain-tunnel-in-memory-of-his-wife-s-death-facts-analysis.html}}</ref><ref>{{cite web|title=How A Man Built A Road on the Mountain Without Support| work=Be A Light to the World | url=http://www.awazieikechi.com/man-built-road-mountain-without-support/| date=22 April 2014}}</ref>''
 
==মৃত্যু==
২০০৭ চনৰ ১৭ আগষ্টত ৭৩ বছৰ বয়সত মাঝিৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত মাঝি গলব্লাডাৰৰ কৰ্কটৰোগত আক্ৰান্ত হৈ [[All India Institute of Medical Sciences|এইমচ]],নতুন দিল্লীত চিকিৎসাধীন হৈ আছিল৷<ref>{{cite web|last=santosh|first=singh|title=the man who made way for progress|url=http://archive.indianexpress.com/news/the-man-who-made-way-for-progress/968751}}</ref> তেওঁক বিহাৰ চৰকাৰে ৰাজ্যিক সন্মানেৰে অন্তিম সন্মান জনায় ৷জনায়৷
 
==সন্মান==
Line 46 ⟶ 43:
* {{coord|24.877285|85.243079}} — location of the passage carved by Dashrath Manjhi through the Gehlour Hills rock formation.
*[https://www.google.co.in/maps/@24.8602779,85.2432567,2085a,20y,41.19t/data=!3m1!1e3 Google Maps link]
 
{{Persondata
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
| NAME = Manjhi, Dashrath
| ALTERNATIVE NAMES = adhunik bhagirath
| SHORT DESCRIPTION = Indian mountain man
| DATE OF BIRTH = 1934
| PLACE OF BIRTH = Atari near gahlour ghati in gaya
| DATE OF DEATH = 17 August 2007
| PLACE OF DEATH = Delhi
}}
{{DEFAULTSORT:Manjhi, Dashrath}}
[[Category:People from Bihar]]
[[Category:2007 deaths]]
[[Category:1934 births]]
[[Category:Deaths from gallbladder cancer]]
[[Category:Cancer deaths in India]]
"https://as.wikipedia.org/wiki/দশৰথ_মাঝি"ৰ পৰা অনা হৈছে