দশৰথ মাঝি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 নং শাৰী:
২০১২ চনৰ জুলাইত চলচ্চিত্ৰ পৰিচালক কেটান মেহতা ([[Ketan Mehta]])ই দশৰথ মাঝিৰ জীৱনৰ আধাৰত মাঝি (''[[Manjhi - The Mountain Man|Manjhi]])'' নামৰ এখন চলচ্চিত্ৰৰ কথা ঘোষণা কৰে৷ এই চলচ্চিত্ৰখনে ২০১৫ চনৰ ২১ আগষ্টত মুক্তি লাভ কৰে৷ মৃত্যুশয্যাৰ পৰাই দশৰথ মাঝিয়ে তেওঁৰ জীৱনৰ আধাৰত এই চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰে বুলি জনা যায়৷ <ref>{{cite web|title=Never underestimate the power of one|url=http://greenyatrablog.com/dashrath-manjhi-man-moved-mountain-mountain-man/|accessdate=26 February 2014}}</ref> নৱাজুদ্দিন চিদ্দিকি ([[Nawazuddin Siddiqui]]) -য়ে মাঝি আৰু ৰাধিকা আপ্টেই তেওঁৰ পত্নী ফাল্গুণী দেৱীৰ ভূমিকাত অৱতীৰ্ণ হ’ব৷ <ref>{{cite web | url=http://www.bollywoodhungama.com/news/1552409/Olave | title=Nawazuddin to play lead in Ketan Mehta's Mountain Man|date=16 August 2002|accessdate=28 January 2013|work=[[Bollywood Hungama]]}}</ref>
 
আমিৰ খান দূৰদৰ্শন ধাৰাবাহিক ’সত্যমেয়[[সত্যমেৱ জয়তে’জয়তে (দূৰদৰ্শন অনুষ্ঠান)|সত্যমেয় জয়তে]]ৰ দ্বিতীয় ভাগত ২০১৪ ৰ মাৰ্চ মাহত প্ৰচাৰিত খণ্ডটো দশৰথ মাঝিৰ নামত উৎসৰ্গা কৰা হয়৷ <ref name="bp">{{cite web|title=Dasrath Manjhi's family awaits Aamir Khan to tell his glorious Tale|url=http://news.biharprabha.com/2014/02/dasrath-manjhis-family-awaits-aamir-khan-to-tell-his-glorious-tale/|agency=Indo-Asian News Service|publisher=news.biharprabha.com|accessdate=24 February 2014}}</ref><ref>{{cite web|last=Kumar|first=Ruchir|title=I am trying to be like Manjhi|url=http://www.hindustantimes.com/entertainment/television/i-am-trying-to-be-like-dashrath-manjhi-aamir-khan/article1-1188949.aspx#sthash.U7hXJJzt.dpuf|accessdate=27 February 2014}}</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/দশৰথ_মাঝি"ৰ পৰা অনা হৈছে