সাহিত্য অকাডেমি বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
22 নং শাৰী:
}}
 
'''সাহিত্য অকাডেমি বঁটা''' হৈছে [[ভাৰত]]ৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান [[সাহিত্য অকাডেমি]]য়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা।<ref name="net">{{cite web | url=http://society.indianetzone.com/literature/1/sahitya_academy_awards.htm | title=Sahitya Academy Awards | publisher=IndiaNetzone | accessdate=April 28, 2012}}</ref> [[ভাৰত]]ৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়। ভাষাসমূহ হ’ল: [[অসমীয়া ভাষা|অসমীয়া]], [[ইংৰাজী ভাষা|ইংৰাজী]], [[ওড়িয়া ভাষা|ওড়িয়া]], [[কাশ্মিৰী ভাষা|কাশ্মিৰী]], [[কোংকণী ভাষা|কোংকণী]], [[কন্নড় ভাষা|কন্নড়]], [[গুজৰাটী ভাষা|গুজৰাটী]], [[চাঁওতালি ভাষা|চাঁওতালি]], [[ডোগ্ৰী ভাষা|ডোগ্ৰী]], [[তামিল ভাষা|তামিল]], [[তেলেগু ভাষা|তেলেগু]], [[নেপালী ভাষা|নেপালী]], [[পঞ্জাবী ভাষা|পঞ্জাবী]], [[বঙালী ভাষা|বঙালী]], [[বড়ো ভাষা|বড়ো]], [[মাৰাঠী ভাষা|মাৰাঠী]], [[মালয়ালম ভাষা|মালয়ালম]], [[মেইতেই ভাষা|মণিপুৰী]], [[মৈথিলী ভাষা|মৈথিলী]], [[ৰাজস্থানী ভাষা|ৰাজস্থানী]], [[সংস্কৃত]], [[সিন্ধী ভাষা|সিন্ধী]] আৰু [[হিন্দী ভাষা|হিন্দী]]।
 
[[অসমীয়া ভাষা|অসমীয়া]], [[বাংলা ভাষা|বাংলা]], [[বড়ো ভাষা|বড়ো]], [[ডগ্ৰী ভাষা|ডগ্ৰী]], [[ইংৰাজী ভাষা|ইংৰাজী]], [[গুজৰাটী ভাষা|গুজৰাটী]], [[হিন্দী ভাষা|হিন্দী]], [[কন্নড় ভাষা|কন্নড়]], [[কাশ্মিৰী ভাষা|কাশ্মিৰী]], [[কংকনী ভাষা|কংকনী]], [[মৈথিলী ভাষা|মৈথিলী]], [[মালায়ালম ভাষা|মালায়ালম]], [[মণিপুৰী ভাষা|মণিপুৰী]], [[মাৰাঠী ভাষা|মাৰাঠী]], [[নেপালী ভাষা|নেপালী]], [[উড়িয়া ভাষা|উড়িয়া]], [[পঞ্জাবী ভাষা|পঞ্জাবী]], [[ৰাজস্থানী ভাষা|ৰাজস্থানী]], [[সংস্কৃত ভাষা|সংস্কৃত]], [[চাওঁতালী ভাষা|চাওঁতালী]], [[সিন্ধী ভাষা|সিন্ধী]], [[তামিল ভাষা|তেলেগু]] আৰু [[তেলেগু ভাষা|তেলেগু]]।
 
==বঁটাপ্ৰদান==