ভাৰতীয় নাগৰিকত্ব আইন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[ভাৰতীয় সংবিধান]]ৰ বিধান অনুযায়ী ব্যৱস্থাৰূপে গ্ৰহণ কৰা হৈছে । ১৯৫০ চনৰ নাগৰিকত্ব আইন অনুযায়ী এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব, যদিহে-
# জন্মসূত্ৰে, ১৯৫০ চনৰ ২৬ জানুৱাৰি বা তাৰ পিছত ভাৰতত জন্ম হয় ।
# দ্বিতীয়তে, উত্তৰাধিকাৰীসূত্রে অর্থাতঅৰ্থাত পিতৃ বা মাতৃ ভাৰতীয় নাগৰিক হ’লে । এই ক্ষেত্রতক্ষেত্ৰত ভাৰতৰ জন্ম ভাৰতৰ বাহিৰত হ’লেও সি ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ।
# পাচঁ বছৰ বা তাৰ অধিক ভাৰতত বাস কৰিলে নাগৰিকত্ব সম্বন্ধীয় বিধি-ব্যৱস্থাৰ জৰিয়তে তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে অবেদন কৰিব পাৰে (১৯৮৬ চনৰ ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি ) ।
# স্বাভাৱিকৰণৰ মাধ্যমত – কোনো বিদেশীয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিক হিচাপে নিজকে দাবি কৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন জনালে নাগৰিকত্ব লাভ কৰিব পাৰে ।
# কোনো নতুন অঞ্চল ভাৰতৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত অন্তর্ভুক্তঅন্তৰ্ভুক্ত হ’লে সেই অঞ্চলৰ বাসিন্দাসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰে ।
 
নাগৰিকত্ব হেৰুৱাব পৰা কাৰণসমূহ হ’ল-
# দুখন দেশৰ নাগৰিকত্ব থাকিলে কোনো ব্যক্তিয়ে স্বচ্ছাই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিব লাগে ।
# বিদেশৰ নাগৰিকত্ব গ্রহণগ্ৰহণ কৰিলে ভাৰতৰ নাগৰিকত্ব হেৰুৱাব লগাত পৰে ।
# জালিয়াতিৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিলে সেয়া হেৰুৱাব লগীয়া হয় ।