ভাৰতীয় নাগৰিকত্ব আইন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[ভাৰতীয় সংবিধান]]ৰ বিধান অনুযায়ী ব্যৱস্থাৰূপে গ্ৰহণ কৰা হৈছে । ১৯৫০ চনৰ নাগৰিকত্ব আইন অনুযায়ী এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব, যদিহে-
# জন্মসূত্ৰে, ১৯৫০ চনৰ ২৬ জানুৱাৰি বা তাৰ পিছত ভাৰতত জন্ম হয় ।
# দ্বিতীয়তে, উত্তৰাধিকাৰীসূত্রেউত্তৰাধিকাৰীসূত্ৰে অৰ্থাত পিতৃ বা মাতৃ ভাৰতীয় নাগৰিক হ’লে । এই ক্ষেত্ৰত ভাৰতৰ জন্ম ভাৰতৰ বাহিৰত হ’লেও সি ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ।
# পাচঁ বছৰ বা তাৰ অধিক ভাৰতত বাস কৰিলে নাগৰিকত্ব সম্বন্ধীয় বিধি-ব্যৱস্থাৰ জৰিয়তে তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে অবেদন কৰিব পাৰে (১৯৮৬ চনৰ ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি ) ।
# স্বাভাৱিকৰণৰ মাধ্যমত – কোনো বিদেশীয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিক হিচাপে নিজকে দাবি কৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন জনালে নাগৰিকত্ব লাভ কৰিব পাৰে ।